হাগ্ৰামা মহিলাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


হাগ্ৰামা মহিলাৰী (বড়ো: हाग्रामा मोहिलारी ) ওৰফে হাগ্ৰামা বসুমতাৰী বড়োলেণ্ড এলেকা পৰিষদ (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল)ৰ মূখ্য কাৰ্যবাহী সদস্য। পূৰ্বতে তেওঁ বড়ো লিবাৰেছন টাইগাৰ্ছ ফ'ৰ্ছ(ইংৰাজী:BLTF)ৰ সেনাধ্যক্ষ আছিল। ২০০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে ২৬৪১ জন কেডাৰৰ আত্মসমৰ্পণৰ জৰিয়তে নিষ্পত্তিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ লগতে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ দ্বাৰা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(BTC) গঠন হৈছিল। [1] বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হিচাপে হাগ্ৰামা মহিলাৰী নিৰ্বাচিত হৈছিল। বিটিচিত ১২ জন কাৰ্যবাহী সদস্য আছিল। মহিলাৰী বড়োলেণ্ড পিপুলছ ফ্ৰন্টৰ অধ্যক্ষ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Memorandum Of Settlement

বাহ্যিক সংযোগ[সম্পাদনা কৰক]