হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
অসমৰ একাধিক ব্যক্তিক হেম বৰুৱা নামেৰে জনা যায়৷ হেম বৰুৱাই তলৰ ব্যক্তিসকলক বুজাব পাৰে:
- হেম বৰুৱা (১৯১৫-১৯৭৭): অসমৰ এজন কবি আৰু ৰাজনীতিবিদ
- হেম বৰুৱা (১৮৯৩-১৯৪৫): ত্যাগবীৰ উপাধীৰে বিভূষিত অসমৰ এজন স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক
- হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬): অসমীয়া ভাষাৰ ওজা নামেৰে বিভূষিত হেমকোষ অভিধানৰ প্ৰণেতা
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |