হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমৰ একাধিক ব্যক্তিক হেম বৰুৱা নামেৰে জনা যায়৷ হেম বৰুৱাই তলৰ ব্যক্তিসকলক বুজাব পাৰে:

  • হেম বৰুৱা (১৯১৫-১৯৭৭): অসমৰ এজন কবি আৰু ৰাজনীতিবিদ
  • হেম বৰুৱা (১৮৯৩-১৯৪৫): ত্যাগবীৰ উপাধীৰে বিভূষিত অসমৰ এজন স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক
  • হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬): অসমীয়া ভাষাৰ ওজা নামেৰে বিভূষিত হেমকোষ অভিধানৰ প্ৰণেতা