সমললৈ যাওক

হৰলটাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰলটাৰী
গাঁও
Map
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধুবৰী জিলা
জনসংখ্যা
 (২০১১)
  মুঠ
৫০৮

হৰলটাৰী গাঁও ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭।[1]

মাটিকালি

[সম্পাদনা কৰক]

গাঁওখনৰ মুঠ ভৌগোলিক আয়তন ৯০.৯৬ হেক্টৰ।[2]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱত প্ৰায় ১২৩ টা ঘৰ আছে আৰু ইয়াৰ মুঠ জনসংখ্যা ৫০৮ জন, তাৰে ভিতৰত পুৰুষ জনসংখ্যা ২৫০ জন আৰু মহিলা জনসংখ্যা ২৫৮ জনী। এই গাঁৱৰ সাক্ষৰতাৰ হাৰ ৬৯.৬৯%। ইয়াৰে ৭৪.৮০% পুৰুষ আৰু ৬৪.৭৩% মহিলা।[3] অৱশ্যে বৰ্তমান সময়ত জনসংখ্যা প্ৰায় দুহেজাৰ হ'ব। ধৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে এই গাঁৱৰ সকলো মানুহেই হিন্দু ধৰ্মাৱলম্বী।

চাৰিসীমা

[সম্পাদনা কৰক]
  • পূব: ৰাৱনটাৰী গাঁও
  • পশ্চিম: ভালুকমাৰী গাঁও
  • উত্তৰ: শালটাৰী গাঁও
  • দক্ষিণ: কালপানী গাওঁ

শিক্ষানুষ্ঠান

[সম্পাদনা কৰক]
  • খুদনামৰী মজলীয়া বিদ্যালয় (এম.ভি. স্কুল)
    (স্থাপিত: ১৯৬২ চন)[4]
  • হৰলটাৰী অংগনবাড়ী কেন্দ্ৰ

ধৰ্মীয় অনুষ্ঠান

[সম্পাদনা কৰক]
  • দুৰ্গা মন্দিৰ
  • কালি মন্দিৰ
  • দৌল মন্দিৰ
  • নামঘৰ

উৎসৱ-পাৰ্বণ

[সম্পাদনা কৰক]
  • ৰঙালী বিহু
  • শংকৰদেৱৰ তিথি
  • মাধৱদেৱৰ তিথি
  • শ্ৰীকৃষ্ণৰ জন্মোৎসৱ
  • দুৰ্গাপূজা
  • কালিপূজা
  • ভোগালী বিহু
  • হোলী
  • পালনাম

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. News, India TV. "Haraltari Pin Code | Postal Code (Zip Code) of Haraltari, Dhubri, Assam, India". www.indiatvnews.com. https://www.indiatvnews.com/pincode/assam/dhubri/haraltari আহৰণ কৰা হৈছে: 2024-12-12.
  2. Info, INDIAN VILLAGE DIRECTORY. "About Horaltari". www.villageinfo.in. https://villageinfo.in/assam/dhubri/bilasipara/horaltari.html আহৰণ কৰা হৈছে: 2024-12-12.
  3. Info, INDIAN VILLAGE DIRECTORY. "About Horaltari". www.villageinfo.in. https://villageinfo.in/assam/dhubri/bilasipara/horaltari.html আহৰণ কৰা হৈছে: 2024-12-12.
  4. "About Khudnamari MV School (Haraltari)". www.schools.org.in. https://schools.org.in/dhubri/18020410201/khudnamari-m-v-school.html আহৰণ কৰা হৈছে: 2024-12-24.