হৰিৰহাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

হৰিৰহাট বজাৰ এখন গাঁও (পূৰ্ণি) তথা বজাৰ এলেকা। ই ধুবুৰী জিলাৰ অন্তৰ্গত পূৰ্ণি গাঁৱৰ ভিতৰত পৰে।

বিৱৰণ[সম্পাদনা কৰক]

এই ঠাইত এক পুৰণিকলীয়া হৰিমন্দিৰ তথা সৎসংঘ মন্দিৰ আছে । ইয়াত বিভিন্ন মন্দিৰ থকাৰ বাহিৰেও এখন মৰ্জ্জিতঘৰ আছে ।

ভাষা[সম্পাদনা কৰক]

ঠাইখনৰ বিশেষ ভাষা হিচাপে কোচ ৰাজবংশী আৰু বাংলা ভাষা কোৱা হয়। বেলেগ যিকোনো কামৰ বাবে বা কাৰ্য্যালয়ৰ কামৰ বাবে কেবল অসমীয়া ভাষাৰ প্ৰয়োগ কৰা হয়।

ৰেল ষ্টেচনসমূহ[সম্পাদনা কৰক]

এই ঠাই খনৰ ওচৰতে বহুতো ৰেল ষ্টেচন আছে । তাৰে ভিতৰত ইয়াৰ পৰা পোন্ধৰ (15) কিলমিটাৰ দূৰত থকা গোলকগঞ্জ ৰেল জংচন আছে যিটো ধুবুৰী জিলাৰ অন্তৰ্গত । ইয়াৰ বাহিৰেও আৰু বহুতো সৰু সৰু ৰেল ষ্টেছন আছে এইবোৰ হল মটেঝাৰ ৰেল ষ্টেছন, কোচবিহাৰ জংচন , ধুবুৰী জংচন ইত্যাদি।