ৰাকেশ দাস
অৱয়ব
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
ৰাকেশ দাস | |
---|---|
ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাজ্যিক সভাপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ জুলাই, ২০২৪ | |
পূৰ্বসূৰী | সিদ্ধাংকু অংকুৰ বৰা |
ব্যক্তিগত তথ্য | |
জন্ম | কামৰূপ(গ্ৰাম্য) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | স্নাতক (অৰ্থনীতি) স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান) |
শিক্ষানুষ্ঠান | ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় |
পেচা | ৰাজনৈতিক নেতা |
ৰাকেশ দাস(ইংৰাজী: Rakesh Das) অসমৰ এগৰাকী যুৱ ৰাজনৈতিক নেতা। তেওঁ বৰ্তমানে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ অসম ৰাজ্যিক সভাপতিৰ দায়িত্বত আছে। দাস পূৰ্বতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত আছিল। [1] [2]
শিক্ষা
[সম্পাদনা কৰক]দাসে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।