ৱিকিচ'ৰা আলোচনা:শেহতীয়া ঘটনাৱলী
প্ৰথম কথা- "ৱিকিচ'ৰা"হে শুদ্ধ। দ্বিতীয় কথা হৈছে "ৱিকিচ'ৰা"টো Portalৰ বাবেহে প্ৰস্তাৱ কৰা হৈছে। কিন্তু এই পৃষ্ঠাখন কোনো Portalৰ অংশ নহয়। -- গীতাৰ্থ বৰদলৈ (talk) 18:50, 16 মাৰ্চ 2012 (UTC)
ইংৰাজীখন চোৱাচোন, তাত Portal বুলিয়েই পাবা| আৰু দ্বিতীয় কথা বটে ৱিকিচৰা টো ৱিকিচ'ৰা নকৰালৈ এই ভুল নামটো সংশোধনৰ উপায় নাই| বিষ্ণু শইকীয়া বাৰ্তা 18:57, 16 মাৰ্চ 2012 (UTC)
ব'টে কি কৰিলে? -- গীতাৰ্থ বৰদলৈ (talk)
এইটো চোৱা| 34923 বিষ্ণু শইকীয়া বাৰ্তা 19:08, 16 মাৰ্চ 2012 (UTC)
ঠিকেই, ইংৰাজীখনত Portalএই হয়। আমাৰ পৃষ্ঠাখন Portalৰ দৰে দৰে ব্যৱহাৰ নহয় বাবেহে মই সাধাৰণ পৃষ্ঠা বুলি ভাবিছিলোঁ। লিংকটোৰ কথা Fbত কৈছোঁ।-- গীতাৰ্থ বৰদলৈ (talk) 19:13, 16 মাৰ্চ 2012 (UTC)
ভাল| ৱিকিচৰাটো কেনেকৈ সক্ৰিয় হ’ল সেই সম্পৰ্কে মই জ্ঞাত নহয়| ৱিকিচৰাক আকৌ বট লগাই ঠিক কৰাব লাগিব সোনকালে| বিষ্ণু শইকীয়া বাৰ্তা
বানান
[সম্পাদনা কৰক]দাপোন->"দাপোণ" হ'ব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 06:02, 10 নৱেম্বৰ 2012 (UTC)
- "ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ বনোৱা হৈছে"- বনোৱাৰ ঠাইত "সজোৱা" হৈছে লিখিব লাগে।
Edit request on 16 February 2019
[সম্পাদনা কৰক]This page needs to be updated. Please provide edit permission to non-admin users as well. Pinging @Gitartha.bordoloi:. --SlowPhoton (talk) 10:56, 16 February 2019 (ইউ.টি.চি.)
- @SlowPhoton: এতিয়া চোৱাচোন। — গীতাৰ্থ বৰদলৈ (talk) 19:35, 16 February 2019 (ইউ.টি.চি.)