ৱিকিপিডিয়া:অৰ্থকোষ/ইংৰাজী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজী ভাষাৰ কিছুমান শব্দৰ অসমীয়া লিপ্যান্তৰ লিখা বৰ কঠিন আৰু বিতৰ্কমূলক৷ ৱিকিত সৰ্বসন্মতভাৱে অসমীয়া লিপ্যান্তৰ ল'বই লাগিব, নহ'লে এটা ইংৰাজী শব্দকেই ৱিকিত নানা ধৰণে ব্যৱহাৰ কৰি থাকিলে বেয়া দেখি আৰু অন্য কিছুমান অসুবিধাৰ সন্মূখীন হ’ব লগা হয়। সেয়ে এই অৰ্থকোষখন মুকলি ক’ৰা হ’ল৷ ইয়াত ঠিৰাং কৰা ইংৰাজী শব্দবোৰ থাকিব আৰু আলোচনা পৃষ্ঠাত এনে শব্দ সমন্ধীয় আলোচনা আদি৷


সূচী: উপৰলৈ - ০-৯


The :: দ্য