ৱিকিপিডিয়া বাৰ্তা:অৰ্থকোষ/ইংৰাজী ভাষা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইংৰাজী The শব্দৰ অসমীয়া লিপ্যান্তৰ[সম্পাদনা কৰক]

"the" টোৰ উচ্ছাৰণ IPA ত গ্ৰীক সৰুফলা "ডেল্টা" (ð) আখৰটোৰ পাচত schwa লগাই লিখে, মানে the ৰ উচ্ছাৰণটোক IPA ত /ðə/ বুলি প্ৰকাশ কৰিব। গতিকে the উচ্ছাৰণটো বেছিভাগ ভাৰতীয় লিপিতে লিখিব নোৱাৰি, কাৰণ ই আমাৰ ভাষাবোৰত নায়েই, আৰু সেয়ে নানা মুনিৰ নানা মত দি, ডী, দা, ডা, দ্য (বাংলা, এইটোৱে সকলোতকৈ ওচৰৰ প্ৰকাশ) আদি। the উচ্ছাৰণটো বুজাবলৈ গৈ মোৰ বহুতৰে লগত কাজিয়া পৰ্য্যন্ত হৈ গৈছে, কাৰণ সকলোৱে নিজৰটোহে শুদ্ধ বুলি ভাবে।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 21:42, 14 অক্টোবৰ 2012 (UTC)

অসমীয়াতো 'দি' বা 'দা'ৰ ঠাইত 'দ্য' ব্যৱহাৰ কৰিম নে? সিদ্ধান্ত এটা দিয়কচোন। Niyorporosh (talk) 07:33, 16 অক্টোবৰ 2012 (UTC)
দ্য বাংলাত ব্যৱহাৰ কৰা হয় আৰু আচল the ৰ ওচৰ চপা সত্ত্বেও ই সম্পূৰ্ণ শুদ্ধ নহয়। schwa অসমীয়াত প্ৰকাশ কৰিবলৈ (মই ভবা মতে) দ্‌ ব্যৱহাৰ কৰাটোৱে্ই শুদ্ধ হ'ব নেকি। কিন্তু এইবিষয়ে মই সিদ্ধান্ত দিবলৈ উপযুক্ত মানুহ নহওঁ, কাৰণ phonetics মোৰ domain নহয়। প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:19, 16 অক্টোবৰ 2012 (UTC)
এই The টোৱ বৰ পয়মাল লগাই আছে| ম‍ই পাছে "দ্য" টোহে ব্যৱহাৰ কৰা বেছি ভাল পাও যেন পাও| চানডে ইণ্ডিয়ান ৱেবছাইটটো দ্য চানডে ইণ্ডিয়ান বুলিয়েই আছে| বাৰু যিয়েই নিলিখক কিয়.. মোৰ আপত্তি নাই, কিন্তু দৰকাৰী কথাটো হ’ল এনেবোৰ শব্দৰ এটা উচিত সমাধান উলিয়াই সেইটো সৰ্বসন্মত সিধান্ত বুলি ৱিকিত গৄহীত হ’ব লাগে, ক’ৰবাত দ্যা / দা / ডা আদি ব্যৱহাৰ কৰি থাকিব নালাগে| আৰু এনে আলোচনাবোৰ অৰ্থকোষত আলোচনা কৰিলে পাছত বিচাৰিবলৈ সহজ হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:25, 16 অক্টোবৰ 2012 (UTC)
মই কথাটো ভাবিছিলো যদিও আগৰে পৰা টেগটো থকা বাবে সলনিৰ প্ৰস্তাৱ দিয়া নহ'ল। এতিয়া পাৰি যদি সলাই দিয়া ভাল হয়।

Nayanjyoti sarma (talk) 13:42, 16 অক্টোবৰ 2012 (UTC)

I prefer 'দ্য' since it stands out, and cannot be confused with other forms that are usually used in Assamese ( দি, ডী, দা, ডা). Since English speakers use the same spelling "the" for all its phonetic variations, we should not bother to conform to phonetic rules either, and use the same spelling for all uses. Moreover 'দ্য is already in use, so no explanation is required. চাইপাও 21:20, 16 অক্টোবৰ 2012 (UTC)
দেখা গ'ল যে এই সমস্যাৰ কোনো স্পষ্ট সৰ্বজনগৃহীত সমাধান নাই। কিন্তু বিষ্ণুৱে কোৱাৰ দৰে আমি the ৰ বাবে কিবা এটা অসমীয়া লিপ্যান্তৰ ল'বই লাগিব, নহ'লে সকলো খিচিৰি হৈ থাকিলে বেয়া দেখি। সেয়ে এই আলোচনাৰে আঁত ধৰি ৱিকিপিডিয়াৰ কোনো এক স্থানত সহমত আহ্বান কৰা হওক। ভোটত ডি/দি/ডা/দা/দ্য - যিয়েই জিকে তাকে আমি ৱিকিপিডিয়াৰ বাবে মানক হিচাবে লওঁহক, নে কি? বিষ্ণু, কামটো কৰিবা নে? প্ৰভাকৰ শৰ্মা নেওগ (talk) 03:25, 17 অক্টোবৰ 2012 (UTC)

Voting would be good, I guess. Niyorporosh (talk) 05:45, 17 অক্টোবৰ 2012 (UTC)


ভোটিং কৰিলেই ভাল হ’ব| ইয়াত বোধহয় ডি/দি/ডা/দা/দ্য গোটেইকেইটা শব্দ বাবে ভোটিংৰ দৰকাৰ নাই, দা/দ্য ৰ মাজত এটা বাচিলেই হ’ব... যদি কোনোৱে বিচাৰে তেনে বাকীবোৰো আনিব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:32, 17 অক্টোবৰ 2012 (UTC)
ভোটিং গ্ৰহণৰ শেষ সময় কেতিয়া? নিৰ্দিষ্ট কৰি দিলে ভাল হ’ব| আজিৰ পৰা আৰু ৫ দিন মান ধৰি দিয়া হওক নে? বিষ্ণু শইকীয়া 14:47, 19 অক্টোবৰ 2012 (UTC)
বি:দ্ৰ: ভোটদানৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ, ৰাতি ১২ বজালৈ ধাৰ্য কৰা হ’ল


ভোট দিয়াৰ আগতে আজি "জ্যোতি দ্বিভাষিকত"ত দেখিলোঁ ইয়াত লিখা আছে- দ্যা/দী (সধাৰণতে স্বৰবৰ্ণৰ পূৰ্বে "দী" আৰু ব্যঞ্জনবৰ্ণৰ পূৰ্বত থাকিলে "দ্যা" উচ্চাৰণ হয়। গতিকে আমি গ্ৰহণযোগ্য অভিধানত থকা এটাও ল'ব পাৰোঁনেকি? প্ৰসঙ্গৰ বাবে। (দেৰিকৈ মন্তব্য দিয়াৰ বাবে দুঃখিত, তথাপি বেছিভাগ লোকে সমৰ্থন কৰাতোকে ৰাখিব পাৰি। ) Anjal Borah (talk) 07:40, 23 অক্টোবৰ 2012 (UTC)

আপোনাৰ মনোমত শব্দটো ভোট কৰিবৰ বাবে # চিহ্নৰ পাছত ৪ ডাল ~ চিন দি (বা আপোনাৰ নামটো লিখি) ভোটিং প্ৰক্ৰিয়াত জড়িত হওক| বেছি ভোট পোৱা শব্দটো ৱিকিত সৰ্বজনগৃহীত বুলি মানি লোৱা হ’ব আৰু আগলৈ সকলোতে সেয়াই ব্যৱহাৰ কৰা হ’ব|

দ্য[সম্পাদনা কৰক]
  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:31, 17 অক্টোবৰ 2012 (UTC)
  2. প্ৰভাকৰ শৰ্মা নেওগ (talk) 01:23, 18 অক্টোবৰ 2012 (UTC)
  3. Ani ttbr (talk) 01:52, 18 অক্টোবৰ 2012 (UTC)
  4. Jyoti Prakash Nath (talk) 09:45, 19 অক্টোবৰ 2012 (UTC)
  5. উদ্দীপতালুকদাৰ (talk) 14:44, 19 অক্টোবৰ 2012 (UTC)
  6. Anamika Baruah (talk) 20:22, 19 অক্টোবৰ 2012 (UTC)
  7. এচ. এম. হক (talk) 15:01, 19 অক্টোবৰ 2012 (UTC)
  8. Manjil Konwar (talk) 15:12, 19 অক্টোবৰ 2012 (UTC)
  9. নৱনাথ চহৰীয়া
  10. দীপাংকৰ চেতিয়া? 05:30, 23 অক্টোবৰ 2012 (UTC)
দা[সম্পাদনা কৰক]
  1. Niyorporosh (talk) 16:23, 17 অক্টোবৰ 2012 (UTC)
  2. Nayanjyoti sarma (talk) 03:56, 18 অক্টোবৰ 2012 (UTC)
  3. মাধৱ শইকীয়া [আলোচনা] 15:22, 19 অক্টোবৰ 2012 (UTC)
  4. দ্বিজেন মহন্ত (talk) 10:57, 20 অক্টোবৰ 2012 (UTC)

বিষ্ণু শইকীয়া 16:46, 28 অক্টোবৰ 2012 (UTC)