সদস্য বাৰ্তা:Madhabsaikia

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

(Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:59, 25 ডিচেম্বৰ 2011 (UTC)

আমাৰ দায়বদ্ধতা[সম্পাদনা কৰক]

অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ ভিতৰত ভাষা সংকট এক অন্যতম সমস্যা । সাম্প্ৰতিক সময়ৰ আটাইতকৈ বিপজ্জনক কথাতো হল থলুৱা অসমীয়াই অসমীয়া ভাষাটোৰ বিপৰিত স্থিতি গ্ৰহণ কৰিছে । তেঁওলোকে বিদ্যালয়ত অসমীয়া ভাষা নপঢে, দৈনন্দিন জীৱনত অসমীয়া ভাষা কবলৈ সংকুচবোধ কৰে । এনে অৱস্থা চলি থাকিলে কুৰি বছৰৰ ভিতৰতে অসমীয়া ভাষা লুপ্ত হোৱাতো নিশ্চিত । অসমীয়া মানুহৰ চৰিত্ৰ বংগৰ বংঙালীসকল নাইবা তামিলনাডুৰ তামিল সকলৰ দৰে নহয়, যে তেওঁ লোকে নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰাণ প্ৰৰ্যন্ত দিব পাৰে । অসমীয়া ভাষা সংকটৰ বাবে একমাত্ৰ দায়ী জাতীয় চেতনাহীন থলুৱা অসমীয়াসকল । অসমীয়াৰ নিচিনা সুৰিয়া এটা স্বয়ং সম্পুৰ্ণ ভাষা থকা সত্বেও নিজৰ আইক আই বুলি কব নিবিচৰা চৰিত্ৰৰ বাবে আনক দোষ দিব নোৱাৰি । যাৰ বাবে মই এই ৱিকিপেডিযাৰ এই প্ৰচেষ্টাক ধন্যবাদ দিছো আৰু অসমীয়া ভাষা ৰক্ষাৰ বাবে সকলো প্ৰকাৰে সহায় কৰাবলৈ প্ৰতি়জ্ঞাবদ্ধ হলো আৰু আপোনালোককো সকলোপ্ৰকাৰে সহায় কৰিবলৈ আহবান জনালো । ধন্যবাদ । [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 13:53, 1 জানুৱাৰী 2012 (UTC)

ৱিকিত গীত[সম্পাদনা কৰক]

প্ৰিয় Madhabsaikia, আপুনি ৱিকিত এটা গীতৰ পৃষ্ঠা যোগ কৰিছে | ৱিকিত এনেকৈ পোনপটীয়াকৈ গীত যোগ নকৰিব| আৰু আন বিষয়ৰ নতুন পৃষ্ঠাবোৰ এটা শাৰীতে সীমাবদ্ধ নাৰাখি বহলাই লিখিবলৈ চাব, লগতে ৱিকিৰ নিয়ম বোৰ পঢ়ি চাব |দীপাংকৰ চেতিয়া 19:04, 18 জানুৱাৰী 2012 (UTC)

প্ৰথম অসমিয়া ৱিকিমিটআপ[সম্পাদনা কৰক]

অসমিয়া ৱিকিপিডিয়াৰ প্ৰথম গুৱাহাটী মিটআপখন অহা দেওবাৰ ২৯ জানুৱাৰী ২০১২ তাৰিখে পতাৰ সিদ্ধান্ত লোৱা হৈছে, স্থান:- কম্পিউটাৰ বিজ্ঞান বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়, সময়:- দিনৰ ২ বজাত, অহা দেওবাৰে আপোনাক মিটআপত উপস্থিত থাকিবলৈ অনুৰোধ জনালো Jyoti Prakash Nath 11:18, 21 জানুৱাৰী 2012 (UTC)

অলপ দুৰত হোৱাৰ বাবে সামান্য অসুবিধা হয় যদিও, মই যাৱৰ বাবে নিশ্চিত ভাৱে প্ৰয়াস কৰিম । শ্ৰী মাধৱ শইকীয়া 15:49, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:01, 22 জানুৱাৰী 2012 (UTC)

আপোনালোকলৈ মোৰ অলেখ শুভ কামনা যাছিলো বিষ্ণু দা । মইহে যাৱ নোৱাৰিম দুখিতঃ । শ্ৰী মাধৱ শইকীয়া 09:22, 23 জানুৱাৰী 2012 (UTC)

ভাল প্ৰবন্ধ[সম্পাদনা কৰক]

মাধৱ তুমি লাহে লাহে ৱিকিপিডিয়াত ভালকৈ লিখিব পাৰিছা। মাত্ৰ ধ্যান ৰাখিবা এশাৰী-দুশাৰীৰ প্ৰবন্ধ লিখি যাতে পেলাই নোথোৱা। লগতে প্ৰবন্ধবোৰৰ আৰম্ভণি অংশটো ভালকৈ লিখিবলৈ চেষ্টা কৰিবা। চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজনৰ ইংৰাজী প্ৰবন্ধটো চোৱাচোন। তাতে বহু তথ্য সোমাই থাকে আৰু তেতিয়া পোখালিবোৰো গ্ৰহণযোগ্য হয়। ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথিত আৰু বহুত কথা আছে। লাহে লাহে শিকি থাকিবা। Gitartha.bordoloi 13:15, 5 ফেব্ৰুৱাৰী 2012 (UTC)

মই সাধু বা তেনে জাতিয় গল্প ৱিকিত উঠাব পাৰিম নে ? যেনে ধৰক বুঢ়ি আইৰ সাধু আৰু অন্য তেনে সাধু জাতিয় কিতাপৰ পৰা । [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 13:53, 5 ফেব্ৰুৱাৰী 2012 (UTC)

নোৱাৰা। বিশ্বকোষত সাধু নাথাকে। "ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়" পৃষ্ঠাখন এবাৰ পঢ়ি চাবা। স্বত্বাধিকাৰ নথকা "বুঢ়ী আইৰ সাধু"ৰ দৰে বস্তুবোৰ ৱিকিচ'ৰ্ছত দিব পাৰিবা। লগতে জ্যোতিপ্ৰসাদৰ গীতৰ কথা, ৰামায়ণ আদি। কিন্তু স্বত্বাধিকাৰৰ ম্যাদ উকলি নোযোৱা ভূপেন হাজৰিকাৰ গীতৰ কথা ৱিকিচ'ৰ্ছত দিব নোৱাৰা। Gitartha.bordoloi 14:09, 5 ফেব্ৰুৱাৰী 2012 (UTC)

প্রফুল্ল মহন্ত[সম্পাদনা কৰক]

আপুনি অনুগ্রহ কৰি প্রথম পেৰাটো লিখক প্রভাকৰ শৰ্মা নেওগ 09:48, 10 ফেব্ৰুৱাৰী 2012 (UTC)


মোক আপুনি বুলি কৈ ইমান সোনকালে বুঢ়া বনাব বিছাৰিছে নেকি ? বাৰু মোৰ পৰিক্ষা শেষ হোৱাৰ পিছতহে ৱিকিৰ লগত বিশেষ ধৰনে লাগিব পাৰিম । [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 05:05, 11 ফেব্ৰুৱাৰী 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:32, 14 ফেব্ৰুৱাৰী 2012 (UTC)


ধন্যবাদ বিষ্ণু দামাধৱ শইকীয়া 17:18, 15 ফেব্ৰুৱাৰী 2012 (UTC)

The Working Man's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

আশাকৰো আজি হাতত লোৱা নতুন প্ৰবন্ধটো পোখালি হিচাপে গঢ় লৈ নাথাকে| আগতে তুমি আৰম্ভ কৰা প্ৰফুল্ল কুমাৰ মহন্তৰ পাতত অলপ চকু ফুৰাবা| ইংৰাজীখনৰ পৰা অলপ কপি কৰি থৈছো| অনুবাদ কৰি প্ৰবন্ধটো বিকশিত কৰিলে ভাল পাম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:31, 3 মাৰ্চ 2012 (UTC)

মাধৱ, অনুগ্ৰহ কৰি অসম গণ পৰিষদ আৰু প্ৰফুল্ল কুমাৰ মহন্ত প্ৰবন্ধ দুটা বিস্তাৰ কৰিবাচোন| এতিয়া সৰু বাবে বৰ বেয়া দেখাই আছে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 14:35, 26 এপ্ৰিল 2012 (UTC)

মমতা বন্দ্যোপাধ্যায়[সম্পাদনা কৰক]

মাধৱ,তোমাক ইমান অনুৰোধ কৰা সত্বেও কিয় বাৰু কথাবোৰ গুৰুত্ব দিয়া নাই? অনুগ্ৰহ কৰি মন দিয়াচোন| মমতা বন্দ্যোপাধ্যায়, বি চি এ, আদিবোৰ আধৰুৱাকৈ কিয় এৰিলা আকৌ? বিস্তাৰ কৰাচোন| পোখালি সৃষ্টি কৰিবলৈ সহজ| উভালিবলৈ বৰ টান| মনত ৰাখিবা বিষ্ণু  বাৰ্তা  20:12, 3 মে' 2012 (UTC)

অব্যাহতি[সম্পাদনা কৰক]

মই কিছু ঘৰুৱা তথা কলেজৰ প্ৰযেক্টৰ কামৰ বাবে কিছু দিন ধৰি ৱিকি পেডিয়াৰ পৰা আতৰি আছো আৰু মোৰ কামৰ পৰিসমাপ্তিৰ লগে লগে মই পুনৰ ৱিকিত অহাৰ কথা ভাৱিম । ধন্যবাদ ।।।।। বিষ্ণু দা বেয়া নাপাব, মই পোখালিবোৰ যথা সম্ভৱ আৰু কিছু দিনলৈ বিস্তাৰ কৰিব নোৱাৰিম । দুখিতঃ ।।।। মাধৱ শইকীয়া 14:40, 5 মে' 2012 (UTC)

সেইটোৱেই বিপদ| সেইকাৰণেই একেলগে বহুতো নতুন পৃষ্ঠা খোলাতকৈ এটাকে ভালকৈ লিখিব লাগে| বাৰু একো নাই| সময় পালে মাজে সময়ে চাই থাকিবা আৰু| বিষ্ণু  বাৰ্তা 

ৱিকিমিডিয়া কমন্সত লগ্‌-ইন কৰাৰ পিছত Preferencesলৈ গৈ Language বিকল্পত As (অসমীয়া) বাছনি কৰিবা আৰু সালসলনি সাঁচি ৰাখিবা। — গীতাৰ্থ বৰদলৈ (talk) 15:25, 8 জুন 2012 (UTC)

স্থানান্তৰ[সম্পাদনা কৰক]

তুমি লিখা "বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ" পৃষ্ঠাখন বহুদিন এলাগী হৈ পৰি থকা বাবে সেইখন "সদস্য:Madhabsaikia/বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ" নামলৈ স্থানান্তৰ কৰা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 19:37, 22 জুন 2012 (UTC)

সম্পাদনা পূৰ্ববত সম্পৰ্কে[সম্পাদনা কৰক]

তোমাৰ অলপ আগতে দিয়া বাৰ্তাটো পূৰ্ববত কৰিলো| কিয়নো ৱিকিপিডিয়াত এটা নীতি আছে, অনুগ্ৰহ কৰি নতুন সদস্যক নাকামুৰিব, গতিকে মোক বেয়া নেপাই নিজৰ কামত মন দিবা বুলি আশা কৰিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:52, 24 জুন 2012 (UTC)


আকৌ পূৰ্বৱত কৰিব লগা হ’ল| এনেকৈ বাৰ্তা বিলোপ কৰা অনুচিত| বাৰু অসমৰ তামোল-পাণ সংস্কৃতি ম‍ই ভালদৰে লিখিবলৈ সময় পোৱা নাই| অলপ সহায় কৰিবানে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:33, 25 জুন 2012 (UTC)

মোৰ সদস্যপৃষ্ঠা হোৱাৰ বাবেহে মই পূৰ্বৱত কৰিছিলো । যি কি নহওক, তামোল পাণৰ কুপ্ৰভাৱ আছে জানো ? মই নাজানোএ দেখুন.... মাধৱ শইকীয়া [আলোচনা] 16:52, 25 জুন 2012 (UTC)

সদস্য পৃষ্ঠা হলেও কিছুমান নিয়ম মানি চলাৰ প্ৰয়োজন| আৰু তামোল পাণ্ৰ কুপ্ৰভাৱ ঢেৰ আছে| এই লিংকত গ’লেই তুমি জানিব পাৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:58, 25 জুন 2012 (UTC)

Thanks for the welcome and article translation/collaboration request[সম্পাদনা কৰক]

Hi Madhabsaikia, thank you for your welcome to Assamese Wikipedia. How are you? Mate, I am trying to find an editor/s who can help by translating User:Russavia/Polandball into Assamese. I was wondering if we could make a trade?

If you could translate that article into Assamese for me, I would be happy to upload some 50 Indian aviation photos to Commons from amongst the 200,000 I have permission to upload. I have uploaded a number of photos today relating to Assamese aviation to give you a brief idea of what I can upload, and I am keeping a gallery at User:Russavia of photos uploaded.

Would you be interested in such a "trade"? Do let me know, either by responding here, or on my talk page, or by emailing me. Cheers, Russavia (talk) 16:21, 19 জুলাই 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:20, 17 নৱেম্বৰ 2012 (UTC)

Re:ৱিকি প্ৰশাসক[সম্পাদনা কৰক]

ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 17:12, 19 জানুৱাৰী 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Madhabsaikia,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.