ৱিকিপিডিয়া:অৰ্থকোষ
Jump to navigation
Jump to search
অৰ্থকোষ
এই প্ৰকল্প পৃষ্ঠাখনক এখন অৰ্থকোষ বা গ্ল'চাৰি য'ত ৱিকিপিডিয়া প্ৰবন্ধসমূহত সচৰাচৰ ব্যৱহাৰ হোৱা শব্দবোৰৰৰ বিষয়ে চমু বৰ্ণনা দিয়া হৈছে। বিশেষকৈ বৈজ্ঞানিক বা কাৰিকৰী অনেক শব্দৰে কোনো মান্য অসমীয়া প্ৰতিশব্দ নাই, যেনে কম্পিউটাৰ। গতিকে ইয়াক ব্যৱহাৰ কৰোঁতে বিভিন্ন লিখকে 'কম্পিউটাৰ', 'সংগণন যন্ত্ৰ', 'পৰিকলন যন্ত্ৰ' আদি বিভিন্ন শব্দ ব্যবহাৰ কৰে। ইয়াৰ ফলত পাঠক বিভ্ৰান্ত হয়। সেয়ে এনে শব্দবোৰৰ এখন গ্ল'চাৰিৰ প্ৰয়োজন। ৱিকিপিডিয়াত ব্যৱহৃত প্ৰয়োজনীয় শব্দবোৰ সকলোৱে ইয়াত সংলগ্ন আৰু অনুবাদ কৰি সহায় কৰক। গ্ল'চাৰি শব্দটো নিজেই এনে এটা শব্দ। ইয়াক অৰ্থকোষ, নে শব্দাৰ্থ, নে চমুটোকা কি বুলি ক'ব পৰা যায়?
ৱিকিপিডিয়াৰ সম্পাদকসকলক সহায় কৰিবলৈ এইখন এখন অৰ্থকোষ পৃষ্ঠা; পাঠকসকলৰ বাবে সহায়:অৰ্থকোষ নামেৰে আন এখন পৃষ্ঠা আছে।
অ
আ
ই
ক
গ
জ
প
ৰ
ভ