ৱিকিচ'ৰা:অৰ্থকোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:অৰ্থকোষৰ পৰা পুনঃনিৰ্দেশিত)


অৰ্থকোষ

Animation10.gif

এই পৃষ্ঠাখনক প্রকল্প পৃষ্ঠা, ৱিকিচ'ৰা (Portal) বা "গ্ল'চাৰি" বা অৰ্থকোষ বুলিব পাৰি। প্রবন্ধসমূহত ব্যৱহাৰ হোৱা কোনো শব্দৰ বিষয়ে চমুকৈ বৰ্ণনা দিবলৈ গ্ল'চাৰিৰ প্রয়োজন। বিশেষকৈ বৈজ্ঞানিক বা কাৰিকৰী অনেক শব্দৰে কোনো মান্য অসমীয়া প্রতিশব্দ নাই, যেনে কম্পিউটাৰ। গতিকে ইয়াক ব্যৱহাৰ কৰোতে বিভিন্ন লিখকে 'কম্পিউটাৰ', 'সংগণন যন্ত্র', পৰিকলন যন্ত্র আদি বিভিন্ন শব্দ ব্যবহাৰ কৰে। ইয়াৰ ফলত পাঠক বিভ্রান্ত হয়। সেয়ে এনে শব্দবোৰৰ এখন গ্ল'চাৰিৰ প্রয়োজন। ৱিকিপিডিয়াত ব্যৱহৃত প্ৰয়োজনীয় শব্দবোৰ সকলোৱে ইয়াত সংলগ্ন আৰু অনুবাদ কৰি সহায় কৰক| গ্ল'চাৰি শব্দটো নিজেই এনে এটা শব্দ। ইয়াক অৰ্থকোষ, নে শব্দাৰ্থ, নে চমুটোকা কি বুলি ক'ব পৰা যায়?

অৰ্থনীতি

আইন

ইংৰাজী ভাষা

কম্পিউটাৰ বিজ্ঞান

গণিত


পদাৰ্থ বিজ্ঞান

ভূগোল


চ’ৰা কি? · চ’ৰাৰ তালিকাসমূহ · মনোনীত চ’ৰাসমূহ