ৱিকিপিডিয়া:সহায়িকা/উপসংহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    

এতিয়া আপুনি ৱিকিপিডিয়ালৈ বৰঙণি যোগাবৰ বাবে জৰুৰী কথাখিনি গম পালে। এই সহায়িকাৰ বিষয়ে কিবা মতামত দিব বিচাৰে নেকি? কিবা কথা ভালকৈ বুজোৱা হোৱা নাই নেকি বা কিবা ইয়াত নথকা কিবা বস্তুৰ বিষয়ে জানিব খুজিছে নেকি? তেন্তে এই সহায়িকাৰ আলোচনা পৃষ্ঠাত আপোনাৰ মন্তব্য লিখক। আপোনাক আৰু সহায় লাগিলে সহায়:পাঠ্য নামৰ মুখ্য সাহায্য পৃষ্ঠা চাওক (চাইডবাৰৰ "সহায়" লিংকটোত ক্লিক কৰিলেই পাব)। অতিৰিক্ত শিক্ষণ সজুঁলি, ভিডিঅ', টিউটৰিয়েল আৰু হেণ্ডআউটৰ বাবে ৱিকিমিডিয়া পুথিঘৰ চাওক।

শিকিবলৈ আৰু কিবা বাকী আছে নেকি?

এই সহায়িকাক সংক্ষিপ্ত ৰূপত ৰখা হৈছে, কিন্তু আপুনি ইচ্ছা কৰিলে আৰু কথা শিকিব পাৰে। তাৰ কাৰণে তলৰ সংযোগবোৰত ক্লিক কৰক।

পৰামৰ্শ আৰু সাধাৰণ তথ্য...

নীতি প্ৰসংগ ...

সম্পাদনা প্ৰসংগ...

নতুন প্ৰবন্ধ সৃষ্টি

  • আপুনি যদি নিজৰ প্ৰবন্ধ সৃষ্টি কৰিবলৈ সাজু হৈছে, তেন্তে প্ৰবন্ধ বিশেষজ্ঞ ব্যৱহাৰৰ কথা বিবেচনা কৰক। (ইং ৱিকি চমুপথ: WP:WIZ)।