ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জানুৱাৰী-২০১৬/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখনীয় কাম

ডিচেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৮৯৯ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৯ টালৈ বৃদ্ধি পালে।