ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৬/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখনীয় কাম

ডিচেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৯৪০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৯ টালৈ বৃদ্ধি পালে
ভাৰতৰ ভৌগোলিক স্বীকৃতি সম্পাদনা মেলা নামৰ 'ৱিকিপিডিয়া সম্পাদনা মেলা'ৰ অংশ হিচাপে ভাৰতৰ ভৌগোলিক স্বীকৃতিৰ লগত সম্পৰ্কৃত প্ৰায় ১৩ টা নতুন প্ৰবন্ধ সম্পূৰ্ণ কৰা হয়৷ অংশগ্ৰহণকাৰীসকল হৈছে: অজয় দাস আৰু দিব্য দত্ত