ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ডিচেম্বৰ, ২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প
শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে নিৰ্মাণ কৰা মাজুলীৰ চামগুৰি সত্ৰৰ ৰাৱণৰ মুখা। মুখাশিল্প অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়।
আলোকচিত্ৰ:চন্দন চিৰিং ফুকন

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...