ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
২০১২
জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ
![]() |
|
কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসমৰ দ্বিতীয়টো কামাখ্যা মন্দিৰ।
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
![]() |
|
অসমৰ পবিতৰা অভয়াৰণ্যত মাতৃৰ সৈতে এটা শিশু গঁড়।
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আলফাই ঘটোৱা বোমা বিষ্ফোৰণত নিহত ১৩ জন শিশু আৰু মাতৃৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি ধেমাজি মহাবিদ্যালয়ৰ চৌহদত থকা নিহত সকলৰ স্মৃতিত প্ৰতিষ্ঠিত "শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰ"ত আছে।
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
![]() |
|
যোৰহাটৰ চেউনী আলি (এ.টি. ৰোড)ৰ এটা দৃশ্য
আলোকচিত্ৰশিল্পী: বিক্ৰমজিত কাকতি |
গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সঙ্গীত নাটক অকাডেমিৰ গুৱাহাটী শাখাৰ দ্বাৰা আয়োজিত ‘নৃত্য পৰ্ব’ অনুষ্ঠানত সত্ৰীয়া নৃত্য পৰিবেশন
আলোকচিত্ৰশিল্পী: শুভ্ৰজিত্ ৰয় |
![]() |
|
ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিৰ অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। এই খেল মহাপুৰুষ শ্ৰী মন্ত শংকদেৱৰ মৃত্যুবাৰ্ষিকীৰ দিনাখন বাৰ্ষিকভাৱে অনুষ্ঠিত হৈ আহিছে।
আলোকচিত্ৰশিল্পী: যুগল ভৰালী |
![]() |
|
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত মাঘ বিহুত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ যুঁজ।
আলোকচিত্ৰশিল্পী: যুগল ভৰালী |
![]() |
|
বান্দৰৰ এক আপুৰুগীয়া প্ৰজাতি সোণালী বান্দৰ (ইংৰাজী: Golden langur) ভাৰতবৰ্ষত মূলত: পশ্চিম অসম, ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায়৷এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷ এই আলোকচিত্ৰ গুৱাহাটীৰ উমানন্দত তোলা হৈছিল৷
আলোকচিত্ৰশিল্পী: ডনিভ’ ৭৯ |
![]() |
|
বিহুৱতীয়ে গগণা বজাই থকা দৃশ্য। বাঁহেৰে সজা এই বাদ্য দুই প্ৰকাৰৰ। পুৰুষে বজোৱাবিধক "ৰামধন গগণা" আৰু মহিলাই বজোৱাবিধক "লাহৰী গগণা" বোলা হয়।
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
![]() |
|
মৰণা মৰা হোৱাৰ পাছত ধানৰ পৰা পতান, খেৰ ইত্যাদি বাচিবৰ বাবে ডলাৰে বা দিয়া দৃশ্য
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
২০১৪ অক্টোবৰ
![]() |
|
কাকডোঙা নদীৰ এক নৈসৰ্গিক দৃশ্য
আলোকচিত্ৰশিল্পী: অনুপম শৰ্মা |
এগৰাকী অসমীয়া গাভৰুৱে তাঁতশালত গামোচা বৈ থকা অৱস্থাৰ স্থিৰচিত্ৰ।
আলোকচিত্ৰশিল্পী: দ্বীজেন মহন্ত |
২০১৫ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
![]() |
|
অসমৰ গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
আলোকচিত্ৰশিল্পী: দ্বীজেন মহন্ত |
![]() |
|
বিশ্বনাথ ঘাটৰপৰা ব্ৰহ্মপুত্ৰৰ দৃশ্য
আলোকচিত্ৰশিল্পী: দ্বিজেন মহন্ত |
![]() |
|
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্য
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
![]() |
|
বিহুৰ বাদ্যযন্ত্ৰ - ঢোল, পেঁপা আৰু খুটি তাল আদি
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |
২০১৬
ফেব্ৰুৱাৰী
![]() |
|
মুকলি পথাৰত মহিলাই বিহু নচা দৃশ্য।।
বিক্ৰমজিৎ কাকতি |
২০১৯
ফেব্ৰুৱাৰী এপ্ৰিল অক্টোবৰ
![]() |
|
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ২৬ মে', ২০১৭ ত অসমৰ লোহিত নদীৰ ওপৰত উদ্বোধিত ঢলা–শদিয়া দলঙৰ এক বিহংগম দৃশ্য।
প্ৰেছ ইনফৰমেশ্যন ব্যুৰো |
অসমত ব’হাগ বিহুৰ এক বাদ্যযন্ত্ৰ সুতুলি। মাটিৰে তৈয়াৰ কৰা এই সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে।
আলোকচিত্ৰশিল্পী: অভিজিত কলিতা |
![]() |
|
আলোকসজ্জাৰে সজ্জিত গড়গাঁও স্থিত আহোম ৰাজপ্ৰসাদ কাৰেংঘৰ
আলোকচিত্ৰশিল্পী: ময়ূৰ গগৈ |
২০২০
এপ্ৰিল
![]() |
|
বসন্ত ঋতুৰ সময়ত অসমৰ হাবিত ফুলা কপৌ ফুল এবিধ অনন্য অৰ্কিড
আলোকচিত্ৰশিল্পী: চিম্পী বৰুৱা |