ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/মাৰ্চ, ২০২১
অৱয়ব
গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওপাহাৰত শিলত খোদিত ভাস্কৰ্য ৷ দেওপাহাৰ অসমৰ এক পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে।
আলোকচিত্ৰ শিল্পী: বেৱী দেৱী |