টিলিকি কপৌ
অৱয়ব
এই প্ৰবন্ধটোক শালিকী ঠুটিয়া কপৌ নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
টিলিকি কপৌ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Micropera |
প্ৰজাতি: | M. rostrata |
দ্বৈৰাশিক নামকৰণ | |
Micropera rostrata | |
সমাৰ্থক | |
|
টিলিকি কপৌ (বৈজ্ঞানিক নাম: Micropera rostrata) বা বিকড মাইক্ৰ'পেৰা (ইংৰাজী: Beaked micropera)[1] হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত[2], বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়।[2] এই অৰ্কিডবিধ হেমন্ত আৰু শীতকালৰ আৰম্ভণিতে ফুলে। ফুলবোৰ সাধাৰণতে বেঙুনীয়া ৰঙৰ[3] আৰু সুগন্ধি।[1] ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Beaked Micropera". flowersofindia.net. https://www.flowersofindia.net/catalog/slides/Beaked%20Micropera.html। আহৰণ কৰা হৈছে: 10 June 2023.
- ↑ 2.0 2.1 "Micropera rostrata (Roxb.) N.P.Balakr. 1970". orchidspecies.com. http://www.orchidspecies.com/microprostrata.htm। আহৰণ কৰা হৈছে: 10 June 2023.
- ↑ "Micropera rostrata (Roxb.) N.P.Balakr.". indiabiodiversity.org. https://indiabiodiversity.org/species/show/259123। আহৰণ কৰা হৈছে: 10 June 2023.