লিহিৰি কপৌ
অৱয়ব
| লিহিৰি কপৌ | |
|---|---|
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | Plantae |
| ক্লেড: | Angiosperms |
| ক্লেড: | Monocots |
| বৰ্গ: | Asparagales |
| পৰিয়াল: | Orchid |
| গোত্ৰ: | Vandeae |
| গণ: | Aerides |
| প্ৰজাতি: | A. multiflora |
| দ্বৈৰাশিক নামকৰণ | |
| Aerides multiflora Roxb. (1820) | |
| সমাৰ্থক | |
| |
লিহিৰি কপৌ (ইংৰাজী: Aerides multiflora) দক্ষিণ-পূব এছিয়া, ক'ৰ'মেণ্ডেল উপকূল আৰু বাংলাদেশৰ স্থানীয় এবিধ অৰ্কিড প্ৰজাতি।[1] অসমতো এইবিধ অৰ্কিড প্ৰাকৃতিকভাৱে পোৱা যায়।
প্ৰতিশব্দ আৰু বিভ্ৰান্তি
[সম্পাদনা কৰক]১৮২০ চনত উইলিয়াম ৰক্সবাৰ্গে Aerides multiflora ৰ বৰ্ণনা প্ৰকাশ কৰে।[2] ১৮৮২ চনত জোআও বাৰ্বোছা ৰড্ৰিগেছে Epidendrum geniculatum নামেৰে এবিধ ভিন্ন উদ্ভিদৰ বৰ্ণনা প্ৰকাশ কৰে।[3] ইয়াৰ আঠ বছৰৰ পাছত ১৮৯০ চনত জোচেফ ডালটন হুকাৰে বৰ্তমান Aerides multiflora Roxb. নামেৰে স্বীকৃতি পোৱা অৰ্কিডৰ বৰ্ণনা প্ৰকাশ কৰে। তেওঁ ইয়াৰ নাম ৰাখে Epidendrum geniculatum।[4]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Encyclopedia of Bangladeshi Plants
- ↑ "World Checklist of Selected Plant Families: Royal Botanic Gardens, Kew". Archived from the original on 2012-06-09. https://web.archive.org/web/20120609170639/http://apps.kew.org/wcsp/namedetail.do?accepted_id=4124&repSynonym_id=-9998&name_id=4124&status=true। আহৰণ কৰা হৈছে: 2023-05-11.
- ↑ "World Checklist of Selected Plant Families: Royal Botanic Gardens, Kew". Archived from the original on 2012-06-09. https://web.archive.org/web/20120609170524/http://apps.kew.org/wcsp/namedetail.do?accepted_id=68479&repSynonym_id=-9998&name_id=68479&status=true। আহৰণ কৰা হৈছে: 2023-05-11.
- ↑ "World Checklist of Selected Plant Families: Royal Botanic Gardens, Kew". Archived from the original on 2012-06-09. https://web.archive.org/web/20120609170555/http://apps.kew.org/wcsp/namedetail.do?accepted_id=4124&repSynonym_id=-9998&name_id=68478&status=false। আহৰণ কৰা হৈছে: 2023-05-11.