জেঠুৱা কপৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা



জেঠুৱা কপৌ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
বৰ্গ: Asparagales
পৰিয়াল: Orchidaceae
উপপৰিয়াল: Epidendroideae
গণ: Aerides
প্ৰজাতি: A. rosea
বৈজ্ঞানিক নাম
Aerides rosea
Lodd. ex Lindl. & Paxton (1850)
সমাৰ্থক[1]
  • Aerides affinis var. rosea (Lodd. ex Lindl. & Paxton) C.S.P.Parish (1883)
  • Aerides trigona Klotzsch (1855)
  • Aerides williamsii R. Warner (1865)
  • Aerides fieldingii Lodd. ex E. Morren (1876)
  • Aerides fieldingii var. williamsii (R. Warner) H.J. Veitch (1891)
  • Aerides fieldingii var. alba L. Linden (1897)
  • Aerides rosea f. alba (L. Linden) Christenson (1994)

জেঠুৱা কপৌ (বৈজ্ঞানিক নাম: Aerides rosea) হৈছে এক পৰাশ্ৰয়ী অৰ্কিড প্ৰজাতি। অসমৰ লগতে চীনৰ গুৱেনজি, গুইঝও আৰু য়ুনান, ভূটান, কম্বোডিয়া, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত এই অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়।[1][2] ইংৰাজীত অৰ্কিডবিধক ফক্স ব্ৰাছ অৰ্কিড (ইংৰাজী: Fox Brush Orchid) বুলি জনা যায়।

বিৱৰণ[সম্পাদনা কৰক]

জেঠুৱা কপৌৰ ফুলসমূহ ইষৎ বেঙুনীয়া বা গোলাপী-বগা ৰঙৰ। এপ্ৰিল-মে' মাহত ফুলসমূহ ফুলে।

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]