ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২০/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭২৫০ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৭৫ খনলৈ বৃদ্ধি পালে।
- ২৭ ছেপ্টেম্বৰত অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰচেষ্টাত দ্বিতীয়খন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ সবিশেষ ইয়াত পঢ়ক
- ৱিকিউৎসত ছেপ্টেম্বৰ,২০২০ মাহত সম্পূৰ্ণ হোৱা গ্ৰন্থসমূহ হৈছে:
- শোণিত কুঁৱৰী (জ্যোতিপ্ৰসাদ আগৰৱালা, ১৯৪৮, নাট)
- ন-বোৱাৰী (পদ্মনাথ শৰ্ম্মা, ১৯০৬, নাট)