ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৪/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
“ | আপুনি বহু ভাগ্যৱান। মোক উৰন্ত শিখ বুলি কোৱা হয়, কিন্তু মোৰ সন্দেহ যে মোৰ চুবুৰীয়াসকলেও হয়তো নাজানে মোৰ জন্মদিন কেতিয়া। আৰু ইয়াত অসমত, আপোনাৰ (ভোগেশ্বৰ বৰুৱা) জন্মদিন ইমান জাকজমকতাৰে উদযাপন কৰা হয়। মই আপোনাক সঁচাকৈয়ে ঈৰ্ষা কৰোঁ। | ” |
— মিলখা সিং |
“ | অৰুণং তৰুণং হিয়া মাজে মেৰুণং তাৰ মাজে ব্ৰহ্ম বিন্ধা৷ অকাই-পকাই সুমুৱাই দিয়া মৰি যাওক পোকৰৰ বিন্ধা৷ |
” |
— (বৰতাল, সৰুতাল) |