ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২০/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলিকতাৰ ভাৰতীয় সংগ্ৰহালয়ত থকা অসমৰ মুখা শিল্পৰ নমুনা। চিত্ৰত কাগজ, কাপোৰ, মাটি আৰু তাল পাতেৰে সজা গৰুড়ৰ মুখা দেখা গৈছে।
আলোকচিত্ৰশিল্পী: Xopolino