ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৬৭৪ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪১৫ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক (লেখক: প্ৰশান্ত কুমাৰ দাস, ২০১৫)
এখনি উমাল চাদৰ (লেখিকা:হিমাশ্ৰী ভাগৱতী, ২০১৯)
