ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মইনাপৰীয়া নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি পালনৰ দৃশ্য। অসমৰ যোৰহাট চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবে, ঢেকীয়া খোৱা গাঁৱত এই নামঘৰটো অৱস্থিত। মইনাপৰীয়া নামঘৰ, নৰসিংহ মুৰাৰীৰ নামত উৎসৰ্গিত এটা পৰ্যটকৰ আকৰ্ষক নামঘৰ।
আলোকচিত্ৰ শিল্পী: প্ৰণামী বৰদলৈ