ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৩/নিৰ্বাচিত উদ্ধৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(পৃথিৱীত চতুৰতকৈও চতুৰ লোক থাকে। সেয়েহে নিজকে বুধিয়ক বুলি ভাবি আগ-পাছ নুগুনি আনৰ কথাৰ জালত ভৰি থ'লে বিপদ হ'ব পাৰে। সেয়েহে আগতীয়াকৈ কোনো পদক্ষেপৰ পৰা হ'ব পৰা পৰিস্থিতিৰ বিষয়ে অনুমান কৰি তাৰ সমাধানৰ ব্যৱস্থাৰ বিষয়েও আগতীয়াকৈ চিন্তা কৰা উচিত।)