ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৩৬৯ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫৬৭ টালৈ বৃদ্ধি পালে।
- ২৬ নৱেম্বৰ তাৰিখে মাজুলীৰ গড়মূৰত অসমীয়া ৱিকিমিডিয়া সমাজৰ এক প্ৰীতিমেল আৰু কৰ্মশালা অনুষ্ঠিত হৈ যায়।