ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩/নৱেম্বৰ মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৱেম্বৰ মাহত এছিয়া বিষয়ক সমলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদেশ্যে ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ শীৰ্ষক এক সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়৷ ইয়াত ১৪ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ১১৮ টা এছিয়া বিষয়ক নতুন প্ৰবন্ধৰ সৃষ্টি কৰে।