ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৪/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব
“ | এজন মানুহে যদি কলৰ পানী বিচাৰে, এজন মানুহে টেক্স দি উঠি ’ৰাস্তাটো ভাল কৰি দিব লাগে, কিয় ভাল কৰি দিয়া নাই’ বুলি যদি প্ৰশ্ন কৰে, তেন্তে সেইটো ৰাজনীতি কৰা নহয়৷ সেইটো সমাজ সচেতনতা৷ সেই সমাজ সচেতনতা লৈয়েই মই সৃষ্টি কৰি যাম আৰু সমাজ সচেতনতা লৈয়েই মই চকু মুদিম৷। | ” |
— ভূপেন হাজৰিকা |
“ | কাউৰী শতৰু মুগা চোমনীয়া পৰিবলৈ নিদিয়ে ডালত, তোমাৰ-মোৰ শতৰু তোমাৰ মা-দেউতাৰা ফুৰিবলৈ নিদিয়ে লগত। |
” |