ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

মৃদুল সিংহ ফুকন: ২০১৩ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ২,৭৫১টা সম্পাদনা কৰাৰ লগতে ২টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। তেওঁৰ এই অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক অক্লান্ত কৰ্মী পদক", "এই মাহৰ ৱিকিমিডিয়ান" আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।