ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাতি বিহু উপলক্ষে এগৰাকী অসমীয়া মহিলাই শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ খেতিপথাৰত চাকি দিয়াৰ এটি দৃশ্য
চিত্ৰ শিল্পী: জ্ঞানজ্যোতি বৰা