ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬৬২৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৪৪ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত এপ্ৰিল, ২০২০ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

শ্ৰীমন্ত শঙ্কৰদেৱ

নবীনচন্দ্ৰ বৰদলৈ

আনন্দচন্দ্ৰ আগৰৱালা

ৰজনীকান্ত বৰদলৈ

হেমচন্দ্ৰ শৰ্ম্মা বৰুৱা

হেমচন্দ্ৰ বৰুৱা

দণ্ডিনাথ কলিতা


  • ২৫ এপ্ৰিলত অসমীয়া ৱিকিউৎসৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়। এই বিষয়ে বিতংকৈ জানিবলৈ এই লিংকত চাওক।
  • স্থানীয় ভাষাৰ ৱিকিউৎসত সক্ৰিয়তা বৃদ্ধিৰ বাবে CIS-A2Kৰ তৰফৰ পৰা এখন Indic Wikisource Proofreadthonৰ আয়োজন কৰা হৈছে। ৱিকিউৎসৰ অভিজ্ঞ সদস্যসকলৰ লগতে নতুন সদস্যসকলেও এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে এই লিংকটোত গৈ স্বাক্ষৰ কৰিব পাৰে। সময়সীমা: ১ মে’, ২০২০ - ১০ মে’, ২০২০