ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২১/এপ্ৰিল মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অলপতে অনুষ্ঠিত হৈ যোৱা “নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া” শীৰ্ষক সম্পাদনা মেলাত গোলকীয় পৰ্যায়ত অসমীয়া ৱিকিপিডিয়াৰ সদস্য অজয় দাসে অষ্টম স্থান, বাবুল বৈশ্যই নৱম স্থান আৰু ঈশান জ্যোতি বৰাই পঞ্চদশ স্থান লাভ কৰিবলৈ সক্ষম হয়।