ৱিকিপিডিয়া বাৰ্তা:নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২/প্ৰবন্ধ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

MS Sakib, দেখা গৈছে পূৰ্বে এই পৃষ্ঠাখন আয়োজকে সুন্দৰকৈ প্ৰস্তুত কৰি ৰখাৰ পিছতো আপুনি বিভিন্ন সালসলনি কৰি নিজৰ মতে সজাইছে। ভুল নথকা পৃষ্ঠা এখনত কোনো আলোচনা নকৰাকৈ এই ধৰণৰ গুৰুতৰ সালসলনি কৰাটো পূৰ্বৰ সম্পাদক জনৰ প্ৰতি কৰা অসন্মান। গতিকে কথাটো আগলৈ মনত ৰাখিব বুলি আশা কৰিলোঁ। -Nayan j Nath (বাৰ্তা) 15:18, 24 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nayan j Nath: মই লক্ষ্য কৰিছোঁ যে পূৰ্বৰ কেইবাখনো প্ৰতিযোগিতা আৰু এডিটাথনত একে ধৰণৰ পৃষ্ঠা ব্যৱহাৰ কৰা হৈছে। গতিকে মই ইয়াক এটা নতুন ধৰণে অলপ ধুনীয়া কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু এই ক্ষেত্ৰত, আগৰ সম্পাদকক অসন্মান কৰাটো মোৰ মনলৈ অহা নাছিল। গতিকে যদি আপুনি ভাবে যে মোৰ পৰিৱৰ্তনবোৰ ভালদৰে হোৱা নাই, তেন্তে আপুনি পূৰ্বৱৰ্তী সংস্কৰণটো পুনৰুদ্ধাৰ কৰিব পাৰে। ধন্যবাদ। ≈ MS Sakib  «কওক...» 15:55, 24 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মই বেয়াহোৱা বুলি কোৱা নাই, কিন্তু এনেধৰণৰ সালসলনি কৰাৰ পূৰ্বে, আলোচনা পৃষ্ঠাত আলোচনা কৰি ল'ব। Nayan j Nath (বাৰ্তা) 16:02, 24 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath: ধন্যবাদ। তেতিয়াৰ পৰা, মই প্ৰথমে আলোচনা কৰিম। ≈ MS Sakib  «কওক...» 16:04, 24 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]