ৱিকিপিডিয়া বাৰ্তা:প্ৰজেক্ট টাইগাৰ ২.০

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ, এই প্ৰজেক্টৰ অধীনত , ক্ৰা-ডাই ভাষা পৰিয়াল https://en.wikipedia.org/wiki/Kra–Dai_languages , ক্ৰা-ডাই ভাষী লোক https://en.wikipedia.org/wiki/Kra–Dai-speaking_peoples আৰু থাই ভাষাকোEnglish:Thai language অন্তৰ্ভুক্ত কৰিব পৰা যাব নেকি? যিহেতু অসম তথা উত্তৰপূবৰ প্ৰায় সাতটা ভাষা এই ভাষা পৰিয়ালটোৰ অন্তৰ্গত হয়। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 08:40, 4 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@KhiLanTzi: প্ৰবন্ধকেইটা প্ৰস্তাব কৰাৰ বাবে ধন্যবাদ। মই তালিকাখনত এইকেইটা সুমুৱাই দিছোঁ। আশা কৰোঁ প্ৰজেক্ট টাইগাৰ ২.০ এডিটাথনত আপুনিও অংশগ্ৰহণ কৰিব। আমাক আপোনাৰ দৰে উদিয়মান সম্পাদকৰ প্ৰয়োজন। অংশগ্ৰহণৰ বাবে প্ৰকল্প পৃষ্ঠাখনত নিজৰ চহীটো কৰি দিলেই হ'ল। --SlowPhoton (talk) 10:24, 4 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton:মই চহীটো মাৰিলো ধন্যবাদ, মই নিশ্চয়কৈ এই প্ৰকল্পত ভাগ লবলৈ আগ্ৰহী কিন্তু প্ৰকল্পটো মোৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা (HS Final Examination) ওচৰত হব সেয়ে হয়তো এতিয়াৰ দৰে সময় উলিয়াব নোৱাৰিম। তথাপি মই সদায় আজৰি সময় চোৱাত যিমান পাৰোঁ সহযোগ আগ বঢ়াই যাবলৈ চেষ্টা কৰিম ধন্যবাদ। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ আলোচনাউৎস প্ৰসংগ 12:46, 4 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

--SlowPhoton (talk) 12:30, 16 October 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]