ৱিকিপিডিয়া বাৰ্তা:ভাল প্ৰবন্ধ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাননীয় সম্পাদক…[সম্পাদনা কৰক]

মাননীয় অসমীয়া ইউকিপিডিয়া সম্পাদক মণ্ডলী, মই আপোনালোকৰ "ৰাজবংশী ইতিহাস" লিখনিটো আলায়াৰন(সূৰ্যোদয়) অনলাইন আলোচনীত প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো ৷ সেয়ে আপোনালোকৰ পৰা উক্ত লেখাটো প্ৰকাশৰ বাবে অনুমতি দিবনে? ভুৱন বড়ো (talk) 03:31, 24 December 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া ৱিকিপিডিয়াৰ পৰা আহৰণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰকাশ কৰিব পাৰিব। ধন্যবাদ। - দিব্য দত্ত (বাৰ্তা) 17:48, 25 December 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। Migom kaman (talk) 20:23, 6 February 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]