ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৫

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাহটোৰ প্ৰবন্ধৰ তালিকা[সম্পাদনা কৰক]

অসমীয়া ৱিকিত মাহেকত বৰ বেছি প্ৰবন্ধৰ সৃষ্টি নহয়। সেয়েহে প্ৰচাৰ পত্ৰিকাত মাহটোত সৃষ্টি কৰা আটাইবোৰ প্ৰবন্ধৰে তালিকা এখন দিয়াটো বেয়া নহয়। যেনে এইটো সংখ্যাত এনে এখন তালিকা দিব পাৰিঃ "ডিচেম্বৰ ২০১৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ"। লগতে ভাল প্ৰবন্ধ বা উল্লেখযোগ্য প্ৰবন্ধবোৰৰ তালিকাখনো থাকক। ৰাইজে কি কয়?

বাবুল বৈশ্য 16:58, 3 জানুৱাৰী 2015 (UTC)

ভাল প্ৰস্তাব। ইয়াৰ বাবে লে' আউটত দুটা বাকচ যোগ কৰা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 04:59, 4 জানুৱাৰী 2015 (UTC)
দুয়োখন তালিকাত প্ৰবন্ধৰ নামসমূহ যোগ দিছোঁ৷ এবাৰ চকু ফুৰাই চাবচোন কিবা বাকী ৰৈ গ'ল নেকি! জলি বৰা (talk) 10:53, 4 জানুৱাৰী 2015 (UTC)

সম্পাদকীয়টো তললৈ দি উল্লেখনীয় কাম আৰু পদকৰ তালিকাখন ওপৰলৈ নিলে বেছি ভাল দেখাব নেকি! জলি বৰা (talk) 19:33, 4 জানুৱাৰী 2015 (UTC)

কৰিলোঁ। কিন্তু এতিয়া বাওঁহাতৰ ক'লামটো অলপ চুটি হ'ল। মই "অন্যান্য" বুলি বাকচ এটা লগাই থৈছোঁ, কিবা এটা তাত লিখাঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 18:28, 7 জানুৱাৰী 2015 (UTC)
হৈ গ'ল :) জলি বৰা (talk) 20:19, 7 জানুৱাৰী 2015 (UTC)