ৱিকিপিডিয়া বাৰ্তা:ৱিকিপ্ৰকল্প অসমৰ জিলা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

২৫ আৰু ২৬ দুয়োটা শিৱসাগৰ হৈ আছে।শোনিতপুৰৰ নাম নাই দেখোন !দ্বিজেন মহন্ত (talk) 02:49, 14 জুন 2012 (UTC)

ঠিক কৰিলোঁ। আপুনিও পাৰিলেহঁতেন! :) — গীতাৰ্থ বৰদলৈ (talk) 09:12, 14 জুন 2012 (UTC)

ইতিমধ্যে সম্পূৰ্ণ হোৱা জিলাসমূহত শেষ হোৱা বুলি লিখি থ’লে সুবিধা হব নেকি ? ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 08:03, 10 জুলাই 2012 (UTC)