ক্ষেত্ৰফল
অৱয়ব
(Areaৰ পৰা পুনঃনিৰ্দেশিত)
ক্ষেত্ৰফল (ইংৰাজী: Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়।
তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।
একক
[সম্পাদনা কৰক]ক্ষেত্ৰফল পৰিমাপৰ মেট্ৰিক এককৰ মাজত আছে:
- বৰ্গ মিটাৰ = এছ আই একক
- এৰ = ১০০ বৰ্গ মিটাৰ
- হেক্টৰ = ১০,০০০ বৰ্গ মিটাৰ
- বৰ্গ কিলোমিটাৰ = ১,০০০,০০০ বৰ্গ মিটাৰ
- বৰ্গ মেগামিটাৰ = ১০১২ বৰ্গ মিটাৰ
- বৰ্গ গজ = ৯ বৰ্গ ফুট = ০.৮৩৬১২৭৩৬ বৰ্গ মিটাৰ
- বৰ্গ Archived 2008-10-28 at the Wayback Machine পাৰ্চ = ৩০.২৫ বৰ্গ গজ = ২৫.২৯২৮৫২৬ বৰ্গ মিটাৰ
- একৰ = ১৬০ বৰ্গ পাৰ্চ অথবা ৪৩,৫৬০ বৰ্গ ফুট = ৪০৪৬.৮৫৬৪২২৪ বৰ্গ মিটাৰ
- বৰ্গ মাইল = ৬৪০ একৰ = ২.৫৮৯৯৮৮১১০৩ বৰ্গ কিলোমিটাৰ
১ ফুট = ১২ ইঞ্চি, ১ গজ = ৩ ফুট = ৩৬ ইঞ্চি
উপকাৰী সূত্ৰ
[সম্পাদনা কৰক]আকাৰ | সমীকৰণ | চলক |
---|---|---|
বৰ্গ | হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য | |
নিয়মিত ষড়ভুজ | হৈছে হেক্সাগনৰ এটা প্ৰান্তৰ দৈৰ্ঘ্য | |
নিয়মিত অষ্টভুজ | হৈছে অষ্টভুজৰ এটা বাহুৰ দৈৰ্ঘ্য | |
নিখুঁত ষড়ভুজ | হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান | |
নিখুঁত অষ্টভুজ | হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান | |
যিকোনো নিয়মিত বহুভুজ | হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু হৈছে বহুভুজৰ পৰিসীমা | |
যিকোনো নিয়মিত বহুভুজ | হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা | |
যিকোনো নিয়মিত বহুভুজ | হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা | |
আয়তক্ষেত্ৰ | আৰু হৈছে চতুৰ্ভুজৰ ওচৰাওচৰি দুটি বাহুৰ দৈৰ্ঘ্য (দৈৰ্ঘ্য আৰু প্ৰস্থ) | |
সামান্তৰিক (সাধাৰণ) | আৰু হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা | |
ৰম্বাছ | আৰু হৈছে ৰম্বাছৰ ই কৰ্ণৰ দৈৰ্ঘ্য | |
ত্ৰিভুজ | আৰু হৈছে যথাক্ৰমে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা | |
চক্ৰ বা বৃত্ত | হৈছে ব্যাসাৰ্ধ | |
বৃত্ত, বৃত্তাকাৰ ক্ষেত্ৰফল | , or | হৈছে ব্যাসাৰ্ধ আৰু হৈছে ব্যাস. |
ট্ৰেপিজিয়াম | হৈছে সমান্তৰাল বাহুদ্বয়ৰ দৈৰ্ঘ্য আৰু সমান্তৰাল ৰেখাদ্বয়ৰ লম্বদূৰত্ব বা উচ্চতা | |
ছিলিণ্ডাৰৰ তলৰ মুঠ ক্ষেত্ৰফল | আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
ছিলিণ্ডাৰৰ বক্ৰতলৰ ক্ষেত্ৰফল | আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
কোণকৰ তলৰ মুঠ ক্ষেত্ৰফল | আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
কোণকৰ বক্ৰতলৰ ক্ষেত্ৰফল | আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
বৃত্তাকাৰ চক্ৰ | আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত) | |
বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰ পৰিবৰ্তন | হৈছে বৰ্গ এককে বৰ্গৰ ক্ষেত্ৰফল | |
বৃত্তাকাৰ পৰা বৰ্গক্ষেত্ৰলৈ পৰিবৰ্তন | হৈছে বৃত্তৰ ক্ষেত্ৰফল |
আৰু চাওক
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]মুক্ত অভিধান ৱিক্সনেৰীত Area শব্দৰ অৰ্থ চাওক। |