বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
অৱয়ব
(Bishnupriya Manipuri languageৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোক মণিপুৰী ভাষা বা প্ৰাচীন মণিপুৰী ভাষা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
| বিষ্ণুপ্ৰিয়া মণিপুৰী | |
|---|---|
| বিষ্ণুপ্ৰিয়া মণিপুব়ী ঠাব় / ইমাব় ঠাব় | |
| অঞ্চল | উত্তৰ-পূৰ্বাঞ্চল ভাৰত, বাংলাদেশ, ম্যানমাৰ আদি |
| জাতীয়তা | বিষ্ণুপ্ৰিয়া মণিপুৰী লোক |
স্থানীয় ভাষিক |
(১,২০,০০০ cited 2001–2003)[1] |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয় ভাষা
|
| লিখন প্ৰণালী | অসমীয়া-বঙালী লিপি |
| ভাষা সংকেত | |
| ISO 639-3 | bpy |
| গ্লোটোলগ | bish1244[2] |
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়। বিষ্ণুপ্ৰিয়া মণিপুৰীত বঙালী 'ব়' আৰু অসমীয়া 'ৱ' ব্যৱহাৰ কৰা হয়।
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অন্যান্য ভাষাৰ প্ৰভাৱ
[সম্পাদনা কৰক]- তৎসম শব্দ প্ৰায় ১০,০০০
- হিন্দী, বঙালী আৰু অসমীয়া শব্দ প্ৰায় ৮,০০০
- মণিপুৰী শব্দ প্ৰায় ৪,০০০[3]
- তৎভব শব্দ প্ৰায় ২,০০০
- আৰবী-পাৰ্চী শব্দ প্ৰায় ২,০০০
- ইংৰাজী শব্দ প্ৰায় ২,০০০
- দেশী শব্দ প্ৰায় ২,০০০
- অৰ্ধ-তৎসম প্ৰায় ১,৫০০
উল্লেখযোগ্য সাহিত্যিক
[সম্পাদনা কৰক]- ভাৰতৰ
- অধ্যাপক ব্ৰজেন্দ্ৰ কুমাৰ সিংহ - বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- ড॰ কালি প্ৰসাদ সিংহ - সংস্কৃত আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- বৰুণ কুমাৰ সিংহ -ইংৰাজী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- দিল্স লক্ষ্মীন্দ্ৰ কুমাৰ সিংহ - অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- দিল্স দেবজ্যোতি সিংহ - ইংৰাজী, অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- বাংলাদেশৰ
- শুভাশিস সমীৰ - বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- অধ্যাপক ৰনজিত সিংহ - বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- অসীম কুমাৰ সিংহ - ইংৰাজী, বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ২০০১ চনৰ ভাৰতৰ লোকপিয়ল
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Bishnupriya". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/bish1244.
- ↑ Gelbukh, Alexander (18 April 2014) (en ভাষাত). Computational Linguistics and Intelligent Text Processing: 15th International Conference, CICLing 2014, Kathmandu, Nepal, April 6-12, 2014, Proceedings, Part I. Springer. পৃষ্ঠা. 207. ISBN 978-3-642-54906-9. https://books.google.com/books?id=dS66BQAAQBAJ&q=Bishnupriya+4000+borrowed+root+words+from+Meitei&pg=PA207.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ সংস্কৰণ |