চিলি
চিলি | |
|---|---|
| Motto: Por la razón o la fuerza | |
| Anthem: "চিলি জাতীয় সংগীত" | |
| ৰাজধানী and largest city | চেণ্টিয়াগো |
| Official languages | স্পেনীছ |
| Demonym | চিলিয়ান |
| Government | একনায়কত্ববাদী ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ |
| মাইকেল বেচেলেট | |
| Legislature | National Congress |
| ছিনেট | |
| Chamber of Deputies | |
| স্বাধীনতা স্পেইনৰ পৰা | |
| ১৮ ছেপ্টেম্বৰ ১৮১০ | |
• ঘোষণা |
১২ ফেব্ৰুৱাৰী ১৮১৮ |
• স্বীকৃতি |
২৫ এপ্ৰিল ১৮৪৪ |
| ১১ ছেপ্টেম্বৰ ১৯৮০ | |
| Area | |
• Total | 7,56,096.3 বৰ্গ কি.মি. (2,91,930.4 বৰ্গ মাইল) (৩৮তম) |
• Water (%) | 1.07b |
| Population | |
• ২০১৪ estimate | 17,819,054[1] (৬২তম) |
• 2012 census | 16,341,929[2] |
• Density | 24 /কিমি২ (62.2 /বৰ্গ মাইল) (194th) |
| GDP (PPP) | ২০১৪ estimate |
• Total | $৪১০২৭৭ নিযুত[3] (৪২তম) |
• Per capita | $২৩,১৬৫[3] (৫৩তম) |
| GDP (nominal) | ২০১৪ estimate |
• Total | $২৬৪০৯৫ নিযুত[3] (৩৮তম) |
• Per capita | $১৪,৯১১[3] (৪৯তম) |
| Gini (২০১১) | Error: Invalid Gini value |
| HDI (২০১৩) | Error: Invalid HDI value (৪১তম) |
| Currency | পেছ' (CLP) |
| Time zone | UTC−৪ আৰু −৬ (CLT আৰু EASTc) |
• Summer (DST) | UTC−৩ আৰু −৫ (CLST আৰু EASST) |
| Calling code | ৫৬ |
| Internet TLD | .cl |
| |
চিলি (স্পেনীছ: Chile) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল আৱৰি আছে। দেশখন প্ৰশান্ত মহাসাগৰৰ উপকূলৰ কাষৰ এক দীঘল ফিতাৰ দৰে প্ৰসাৰিত এক ভূখণ্ড। উত্তৰ-দক্ষিণে চিলিৰ দৈৰ্ঘ্য প্ৰায় ৪,২৭০ কিলোমিটাৰ, কিন্তু ইয়াৰ গড় প্ৰস্থ ১৮০ কিলোমিটাৰতকৈও কম। দেশখনৰ মধ্যভাগত এক উৰ্বৰ উপত্যকা অৱস্থিত। পূবে আন্দেচ পৰ্বতমালাই আৰ্জেণ্টিনাৰ সৈতে সীমান্তৰ সৃষ্টি কৰিছে। চিলিৰ ৰাজধানী আৰু বৃহত্তম চহৰ চেণ্টিয়াগো, যি মধ্যভাগৰ উপত্যকাত অৱস্থিত।
চিলিৰ অধিকাংশ জনসাধাৰণ মধ্যভাগৰ উৰ্বৰ কেন্দ্ৰীয় উপত্যকাত বাস কৰে। দেশৰ বেছি ভাগ লোক স্পেনীয় আৰু আদিবাসী আমেৰিকানসকলৰ মিশ্ৰ জাতিৰ লোক। ইয়াৰ প্ৰধান ধৰ্ম হৈছে ৰোমান কেথ'লিক ধৰ্ম। আনহাতে স্পেনিছ ভাষা চিলিৰ চৰকাৰী ভাষা।
চিলি দক্ষিণ আমেৰিকাৰ এক উন্নত শিল্পৰ দেশ। ইয়াৰ অৰ্থনীতি খনন শিল্প আৰু কৃষিভিত্তিক। চিলি বিশ্বৰ বৃহত্তম তাম উৎপাদক আৰু ৰপ্তানিকাৰক দেশ। ইয়াৰোপৰি দেশখন ফলমূল আৰু শাকপাচলি ৰপ্তানিটো বিশ্বৰ অন্যতম শীৰ্ষ দেশ। আনহাতে চিলিত উৎপাদিত ৱাইনে বিভিন্ন দেশত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "CIFRAS DE ENVEJECIMIENTO Y MIGRACIÓN MUESTRAN UN CHILE DISTINTO AL DE HACE UN DECENIO". POBLACIÓN PAÍS Y REGIONES – ACTUALIZACIÓN 2002–2012. National Statistics Institute. 4 September 2014. http://www.ine.cl/canales/sala_prensa/noticias/noticia.php?opc=news&id=615&lang=esp। আহৰণ কৰা হৈছে: 4 September 2014.
- ↑ "Revisión del cuestionado Censo 2012 reduce población chilena a 16.341.929" (Spanish ভাষাত). Emol. http://www.emol.com/noticias/nacional/2014/02/26/646872/entrega-de-conclusiones-del-cuestionado-censo-2012.html। আহৰণ কৰা হৈছে: 26 February 2014.
- ↑ 3.0 3.1 3.2 3.3 "Legacies, Clouds, Uncertainties". International Monetary Fund web site. October 2014. http://www.imf.org/external/pubs/ft/weo/2014/02। আহৰণ কৰা হৈছে: October 24, 2014.
- ↑ "Society at a Glance : Social Indicators OECD". OECD. October 2012. http://www.oecd.org/social/soc/47572883.pdf। আহৰণ কৰা হৈছে: 28 October 2013.
- ↑ "2014 Human Development Report Summary". United Nations Development Programme. 2014. পৃষ্ঠাসমূহ: 21–25. http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf। আহৰণ কৰা হৈছে: 27 July 2014.