ডিমছ (উপগ্ৰহ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Deimos (moon)ৰ পৰা পুনঃনিৰ্দেশিত)
ডিমছ
Deimos

ডিমছৰ ৰঙীণ চিত্ৰ (MRO, ২১ ফেব্ৰুৱাৰী, ২০০৯)
চিত্ৰ: নাছা/জেট প্ৰপালছন লেবৰেট'ৰি-কেলটেক/আৰিজোনা বিশ্ববিদ্যালয়
আৱিষ্কাৰ
আৱিষ্কাৰক এছাফ হল
আৱিষ্কাৰৰ তাৰিখ ১২ আগষ্ট, ১৮৭৭
বিৱৰণ
উচ্চাৰণ /ˈdməs/ বা /ˈdməs/[1]
বিকল্প নামসমূহ মঙ্গল ২
বিশেষণ ডিমছিয়ান
কক্ষপথৰ বৈশিষ্ট্য
যুগ ২০১২-ছেপ্তেম্বৰ-২১
(জুলিয়ান দিৱস ২৪৫৬১৯১.৫)
অৰ্ধ-মুখ্য অক্ষ [2] (৬.৯২ মঙ্গল ব্যাসাৰ্ধ)
উৎকেন্দ্ৰতা [2]
কক্ষীয় পৰ্যায়কাল [2]
(30.312 h)
গড় কক্ষীয় দ্ৰুতি [3]
নতি ০.৯৩° (মঙ্গলৰ বিষুৱ ৰেখালৈ)
১.৭৯১° (স্থানীয় লাপ্লাচ সমতললৈ)[2]
২৭.৫৮° (ecliptic লৈ)
যাৰ উপগ্ৰহ মঙ্গল গ্ৰহ
ভৌতিক বৈশিষ্ট্যসমূহ
মাত্ৰাসমূহ ১৫ × ১২.২ × ১১ কিলোমিটাৰ[4]
গড় ব্যাসাৰ্ধ ৬.২ ± ০.১৮ কিলোমিটাৰ[5]
(০.৯৭৩১৬ mEarths)
পৃষ্ঠৰ ক্ষেত্ৰফল
(৯৭.০৭৫৫ µEarths)
আয়তন
(৯২.২৯৭৯ nEarths)
ভৰ [3]
(০.২৪৭১৭৯ nEarths)
গড় ঘনত্ব [5]
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ 0.003 m/s2[3]
(৩০৬ µg)
পলায়ন বেগ ৫.৫৫৬ মিটাৰ প্ৰতি ছেকেণ্ড
(২০ কিলোমিটাৰ প্ৰতি ঘণ্টা)[3]
ঘূৰ্ণনকাল সকালীকৃত[2]
প্ৰতিফলন অনুপাত ০.০৬৮ ± ০.০০৭[5]
তাপমাত্ৰা ≈ ২৩৩ K
আপাত মান ১২.৮৯[6]

ডিমছ (ইংৰাজী: Deimos)[7] মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়।[2] ডিমছ মঙ্গলৰ পৰা ২৩,৪৬০ কিলোমিটাৰ (১৪,৫৮০ মিটাৰ) দূৰত্বত অৱস্থিত।[8] গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ডিমছ ফ’বছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘সন্ত্ৰাস’।[7]

আৱিষ্কাৰ[সম্পাদনা কৰক]

ডিমছ (ভাইকিং ২, ৫ অক্টোবৰ, ১৯৭৭)[9]

১৮৭৭ চনৰ ১২ আগষ্ট তাৰিখে প্ৰায় ০৭:৪৮ (ইউ.টি.চি.) বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ নৌসেনা মানমন্দিৰত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এছাফ হলে ডিমছ আৱিষ্কাৰ কৰিছিল।[10][11][12][13] উল্লেখযোগ্য যে সেই একেটা বছৰৰে ১৮ আগষ্ট তাৰিখে প্ৰায় ০৯:১৪ (জি.এম.টি.) বজাত হলে মঙ্গলৰ আনটো উপগ্ৰহ ফ’বছ আৱিষ্কাৰ কৰিছিল।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. http://planetary-science.org/mars-research/moons-of-mars/
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "HORIZONS Web-Interface". NASA. 21 September 2013. http://ssd.jpl.nasa.gov/?horizons। আহৰণ কৰা হৈছে: 4 December 2013. 
  3. 3.0 3.1 3.2 3.3 "Mars: Moons: Deimos". NASA Solar System Exploration. 30 September 2003. Archived from the original on 12 October 2012. https://web.archive.org/web/20121012044447/http://solarsystem.nasa.gov/planets/profile.cfm?Object=Mar_Deimos&Display=Facts। আহৰণ কৰা হৈছে: 2 December 2013. 
  4. "Deimos". http://www.seasky.org/solar-system/mars-deimos.html। আহৰণ কৰা হৈছে: June 6, 2014. 
  5. 5.0 5.1 5.2 "Planetary Satellite Physical Parameters". Jet Propulsion Laboratory (Solar System Dynamics). 13 July 2006. http://ssd.jpl.nasa.gov/?sat_phys_par। আহৰণ কৰা হৈছে: 29 January 2008. 
  6. http://jtg.sjrdesign.net/advanced/mars_moons.html
  7. 7.0 7.1 Blunck, Jürgen (2009). "The Satellites of Mars; Discovering and Naming the Satellites". Solar System Moons: Discovery and Mythology. Springer. পৃষ্ঠা. 5. ISBN 978-3-540-68852-5. 
  8. Staff (2016). "Deimos". SeaSky.org. http://www.seasky.org/solar-system/mars-deimos.html। আহৰণ কৰা হৈছে: 23 January 2016. 
  9. "Deimos – Viking 2 Orbiter". NASA NSSDC. http://nssdc.gsfc.nasa.gov/imgcat/html/object_page/vo2_413b83.html। আহৰণ কৰা হৈছে: 12 July 2009. 
  10. Hall, A.; Observations of the Satellites of Mars, Astronomische Nachrichten, Vol. 91, No. 2161 (17 October 1877, signed 21 September 1877) pp. 11/12–13/14
  11. Morley, T. A.; A Catalogue of Ground-Based Astrometric Observations of the Martian Satellites, 1877–1982, Astronomy and Astrophysics Supplement Series, Vol. 77, No. 2 (February 1989), pp. 209–226 (Table II, p. 220: first observation of Deimos on 1877-08-12.32526)
  12. Notes: The Satellites of Mars, The Observatory, Vol. 1, No. 6 (20 September 1877), pp. 181–185
  13. The Discovery of the Satellites of Mars, Monthly Notices of the Royal Astronomical Society, Vol. 38, No. 4, (8 February 1878), pp. 205–209