গাহৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Pigৰ পৰা পুনঃনিৰ্দেশিত)
পোহনীয়া গাহৰি
পোৱালীসহ পোহনীয়া গাহৰি
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Suidae
গণ: Sus
প্ৰজাতি: S. scrofa
লিনিয়াছ, ১৭৫৮
উপপ্ৰজাতি: S. s. domesticus
ত্ৰিপদ নাম
Sus scrofa domesticus
Erxleben, ১৭৭৭
সমাৰ্থক[1]
  • Sus scrofa domestica
    Erxleben, 1777
  • Sus domesticus Erxleben, 1777
  • Sus domestica Erxleben, 1777

পোহনীয়া গাহৰি (ইংৰাজী: Domestic pig; Sus scrofa domesticus বা Sus domesticus), হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী ; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ (৩৫ৰ পৰা ৭১ ইঞ্চি) পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম (১১০ৰ পৰা ৭৭০ পাউণ্ড) পৰ্যন্ত হয়। খুৰা যুক্ত প্ৰাণীবোৰ সাধাৰণতে তৃণভোজী হয় যদিয়ো ইহঁত ইহঁতৰ বন্য প্ৰজাতিৰ দৰেই সৰ্বভোজী

পোহনীয়া গাহৰিবোৰ, সাধাৰণতে মাংসৰ বাবে পালন কৰা হয়। ইহঁতৰ হাড়, চাল আৰু নোমবোৰো ব্যৱসায়িক উৎপাদ হিচাপে ব্যৱহৃত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Colin P. Groves (1995). "On the nomenclature of domestic animals". Bulletin of Zoological Nomenclature খণ্ড 52 (2): 137–141. http://arts.anu.edu.au/grovco/J%20Arch%20Sci.pdf.  Biodiversity Heritage Library