সদস্য:AnonymousAssamese
অৱয়ব
সোমবাৰ
23
December
নমস্কাৰ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মই, দেৱাশিস বুঢ়াগোহাঁই। মোৰ ঘৰ লখিমপুৰ জিলাৰ ঘিলামৰাত। মই বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পিএইছ.ডি. গৱেষক। মই শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। মোৰ ই-মেইল- dbg202223@gmail.com
নাম | Debasish Buragohain |
---|---|
লিংগ | Male |
দেশ | ভাৰত |
জাতীয়তা | Indian |
শিক্ষা আৰু নিযুক্তি | |
পেচা | PhD Research Scholar |
বিশ্ববিদ্যালয় | Tezpur University |
Hobbies, পছন্দ, আৰু বিশ্বাস | |
ধৰ্ম | Agnostic |
যোগাযোগ | |
ই-মেইল | dbg202223@gmail.com |
লাভ কৰা পদকসমূহ
[সম্পাদনা কৰক]- প্ৰতিভাবান ন-সম্পাদকৰ পদক
প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক | ||
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আপুনি আগ্ৰহ আৰু চেষ্টাৰ বলত আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। মৌলিক বিষয় কিছুমান নিৰ্বাচন কৰি পৰীক্ষামূলক ভাৱে ৱিকিসুলভ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবে আপুনি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 16:42, 14 মে' 2021 (ইউ.টি.চি.) |
ইটো-সিটো
[সম্পাদনা কৰক]
|