সমললৈ যাওক

বাৰ্তা:প্ৰিয়ংকা চোপ্ৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"চমকপ্রদ সাফল্য" অনুচ্ছেদটোৰ নামটো সলাই দিলে কেনে হয়? কাৰণ "সাফল্য" শব্দটো তুলনামূলক। প্রভাকৰ শৰ্মা নেওগ (talk) 14:11, 12 অক্টোবৰ 2012 (UTC)


উল্লেখযোগ্য সাফল্য দিব পাৰি নেকি ? আৰু মই ইয়াত উক্তি সমূহ ইংৰাজীতো লিখি দিছো....অকল অসমীয়াটো ৰাখিলে অৰ্ধসমাপ্ত টেগ টো গুচাব পৰা যাব? নে কি কৰিব লাগিব? ……………Nayanjyoti sarma (talk) 11:58, 29 জানুৱাৰী 2013 (UTC)


উক্তিবোৰ ইংৰাজীতেই দিয়াৰ বাবে প্ৰবন্ধটোত ইংৰাজী শব্দ অধিক সোমাই পৰিছে| উক্তিবোৰ অনুবাদ কৰিলে ভাল হ’ব বোধহয়| তাৰ পাছত এবাৰ প্ৰবন্ধৰ বানান, দাৰি, ক’মা, লিংক আদিবোৰ চাই সন্মূখৰ টেগ আতৰাব পাৰিবা| লগতে ভাল প্ৰবন্ধ হিচাপে মনোনীত কৰিব পাৰিবা যেনো পাইছো| বিষ্ণু শইকীয়া 14:33, 30 জানুৱাৰী 2013 (UTC)

ভাল প্রবন্ধ নহলেও ইয়াক উত্‍কৃষ্ট কৰিব খোঁজো। ড্রীম গার্লৰ বিষয়ে ড্রীম আর্টিকল যে :P Nayanjyoti sarma (talk) 14:44, 30 জানুৱাৰী 2013 (UTC)

ঠিক আছে | চেষ্টা কৰছোন| বিষ্ণু শইকীয়া 14:53, 30 জানুৱাৰী 2013 (UTC)

প্ৰস্তাৱ

[সম্পাদনা কৰক]