মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
IKHazarika (আলোচনা | বৰঙণি) "Mishing language" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে |
IKHazarika (আলোচনা | বৰঙণি) অ পৃষ্ঠা মিচিং ভাষালগতে চাওকতথ্য সংগ্ৰহবাহ্যিক সংযোগৰ পৰা মিচিং ভাষালৈ IKHazarikaয়ে স্থানান্তৰ ক... |
||
(কোনো পাৰ্থক্য নাই)
|
09:07, 28 April 2016ৰ সংস্কৰণ
মিচিং বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। মিচিং আগম কেবাং মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।