মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
IKHazarika (আলোচনা | বৰঙণি) No edit summary |
No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{Infobox language |
|||
|name=মিচিং |
|||
|nativename=মিৰি |
|||
|region=[[অসম]] |
|||
|ethnicity=[[মিচিং ভাষী লোক]] |
|||
|speakers= ৫৪০,০০০ <!--excl. 10k Hill Miri--> |
|||
|date=২০০১ |
|||
|ref=e18 |
|||
|familycolor=Sino-Tibetan |
|||
|fam2=[[Tani languages|Tani]] |
|||
|fam3=East Tani |
|||
|fam4=[[Padam language|Padam]] (Adi) |
|||
|iso3=mrg |
|||
|glotto=misi1242 |
|||
|glottorefname=Mising |
|||
}} |
|||
'''মিচিং '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।<ref>[http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট</ref> |

09:58, 6 October 2016ৰ সংস্কৰণ
মিচিং | |
---|---|
মিৰি | |
অঞ্চল | অসম |
জাতীয়তা | মিচিং ভাষী লোক |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | mrg |
গ্লোটোলগ | misi1242 [1] |
মিচিং বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। মিচিং আগম কেবাং মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।[2]
ভৌগোলিক বিতৰণ
মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[3] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:
- লখিমপুৰ
- শোণিতপুৰ
- ধেমাজি
- ডিব্ৰুগড়
- শিবসাগৰ
- যোৰহাট
- গোলাঘাট
- তিনিচুকীয়া
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
- ডাপ'ৰিজ'
- পাচিঘাট
- জিৰ'
তথ্য সংগ্ৰহ
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Mising". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/misi1242.
- ↑ [http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট
- ↑ ethnologue