অনুৰাগ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুৰাগ শইকীয়া
জন্ম মৰাণ, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰ সংগীত
পেচা সংগীত পৰিচালক, আৱহ সংগীত, গায়ক
বাদ্যযন্ত্ৰ কিবৰ্ড, চিন্থেচাইজাৰ আৰু পিয়ান'

অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলামৰাণত তেওঁৰ জন্ম হৈছিল।[1][2] তেওঁ "যুগদ্ৰষ্টা (চলচ্চিত্ৰ)" নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ ৰজত কমল বঁটা লাভ কৰে।[3][4]

তেওঁৰ মাতৃ দীপালী শইকীয়া ৰেডিঅ’ৰ এগৰাকী সৰ্বভাৰতীয় শিল্পী তথা শিক্ষয়িত্ৰী আৰু তেওঁৰ পিতৃ ড° অনিল শইকীয়া এজন শিক্ষাবিদ। অসমৰ লোকসংস্কৃতি আৰু সংগীতৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনৰ ২৭ ডিচেম্বৰত ড° অনিল শইকীয়াক প্ৰতিমা বৰুৱা পাণ্ডে স্মৃতি বঁটা প্ৰদান কৰা হৈছিল।[5][6]

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অনুৰাগে চেন্নাইৰ স্বৰ্ণভূমি একাডেমী অৱ মিউজিক(SAM)ত নামভৰ্তি কৰে।[5][7] তেওঁ সংগীত ৰচনা কৰা এখন শেহতীয়া চিনেমা হৈছে থপ্পড়। তেওঁ চনু নিগম, অৰিজিৎ সিং আদি বহু জনপ্ৰিয় শিল্পীৰ সৈতে কাম কৰিছে।[8][9]

বৰগীতক সু-সংগতিপূৰ্ণভাৱে কেইবাজনো শিল্পীৰ সৈতে নতুন ৰূপত(symphonic orchestra) সজোৱাৰ বাবে শইকীয়া সু-পৰিচিত।[10]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

সংগীত নিৰ্দেশক হিচাপে[সম্পাদনা কৰক]

সংগীত প্ৰযোজক হিচাপে (স্বতন্ত্ৰ সংগীত)[সম্পাদনা কৰক]

ৱেব ছিৰিজত সংগীত নিৰ্দেশক হিচাপে[সম্পাদনা কৰক]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বঁটা শিতান চলচ্চিত্ৰ সংগীত ফলাফল
৬১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক (Non-Feature Film) যুগদ্ৰষ্টা বিজয়ী
বিগ সংগীত বঁটা,২০১০ শ্ৰেষ্ঠ সংগীত পৰিচালক টুপ টুপ বিজয়ী
স্বৰ্ণভূমি একাডেমী অৱ মিউজিক ছাত্ৰ ব্ৰেণ্ড এম্বেছাদৰ বিজয়ী
প্ৰাগ চিনে বঁটা, ২০১৩ শ্ৰেষ্ঠ সংগীত পৰিচালক চিনিয়ৰ বিজয়ী
প্ৰাগ চিনে বঁটা ২০১৭ শ্ৰেষ্ঠ সংগীত পৰিচালক মাজ ৰাতি কেতেকী বিজয়ী
শৈলধৰ বৰুৱা বঁটা ২০১৭ শ্ৰেষ্ঠ সংগীত পৰিচালক দিকচৌ বনত পলাশ বিজয়ী
শ্বেৰ চৌধুৰী এক্সিলেঞ্চ এৱাৰ্ড ২০১৭ শ্ৰেষ্ঠ সংগীত পৰিচালক মাজ ৰাতি কেতেকী বিজয়ী
ৰেডিঅ' গপ স্বপ বঁটা ২০১৮ শ্ৰেষ্ঠ সংগীত পৰিচালক মাজৰাতি কেতেকী বিজয়ী
দশম মিৰ্চি মিউজিক এৱাৰ্ড শ্ৰেষ্ঠ সংগীত বাচ এক বাৰ মনোনীত কৰা হৈছে
নৱম মিৰ্চি সংগীত বঁটা শ্ৰেষ্ঠ গীত প্ৰযোজক (প্ৰগ্ৰেমিং আৰু এৰেঞ্জিং) ডংগল "ধাকদ" মনোনীত
জিঅ' ফিল্মফেয়াৰ এৱাৰ্ড (মাৰাঠী) ২০১৮ শ্ৰেষ্ঠ পটভূমি স্ক'ৰ মানঝা মনোনীত কৰা হৈছে

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Anurag Saikia". imdb.com. https://m.imdb.com/name/nm5285131/। আহৰণ কৰা হৈছে: 25 January 2017. 
  2. "I find music in every element of nature:Anurag Saikia". Archived from the original on 19 April 2018. https://web.archive.org/web/20180419053431/https://pandolin.com/i-find-music-in-every-element-of-nature-anurag-saikia/। আহৰণ কৰা হৈছে: 25 January 2017. 
  3. "An exclusive interview with music composer Anurag Saikia". Archived from the original on 2 February 2017. https://web.archive.org/web/20170202075713/https://www.creativica.in/an-exclusive-interview-with-music-composer-anuraag-saikia-on-winning-the-national-award/। আহৰণ কৰা হৈছে: 25 January 2017. 
  4. "Anurag Saikia". Archived from the original on 11 April 2017. https://web.archive.org/web/20170411134315/http://sam.org.in/anuraag-saikia/। আহৰণ কৰা হৈছে: 25 January 2017. 
  5. 5.0 5.1 "Anurag Saikia". friedeye.com. 11 June 2017. https://www.friedeye.com/anurag-saikia/। আহৰণ কৰা হৈছে: 30 June 2019. 
  6. "The Assam Tribune Online". assamtribune.com. Archived from the original on 14 January 2012. https://web.archive.org/web/20120114043646/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2811/city05। আহৰণ কৰা হৈছে: 30 June 2019. 
  7. "Swarnabhoomi Academy of Music". Swarnabhoomi Academy of Music Chennai. http://sam.org.in/। আহৰণ কৰা হৈছে: 30 June 2019. 
  8. Dasgupta, Priyanka (19 February 2019). "Singer Pratik Choudhury passes away". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/music/singer-pratik-choudhury-passes-away/articleshow/68070312.cms. 
  9. "Anurag Saikia reveals how he got the opportunity to compose music for 'Mulk'". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/anurag-saikia-reveals-how-he-got-the-opportunity-to-compose-music-for-mulk/articleshow/64987350.cms। আহৰণ কৰা হৈছে: 30 June 2019. 
  10. "Project Borgeet: Syncing Assam's 600-year-old songs to the symphonic orchestra". The Indian Express. 13 September 2019. https://indianexpress.com/article/north-east-india/assam/project-borgeet-syncing-assams-600-year-old-songs-to-the-symphonic-orchestra-5989667/। আহৰণ কৰা হৈছে: 16 September 2019. 
  11. Archived at Ghostarchive and the Wayback Machine: KUKUHA - Anurag Saikia Ft. Shankuraj Konwar | Rahul Gautam Sharma | Anurag Saikia Collective. YouTube.