ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| শ্ৰেণী | চলচ্চিত্ৰ | |
| প্ৰতিষ্ঠা | ১৯৫৪ | |
| অন্তিমবাৰ প্ৰদান | ২০১১ | |
| প্ৰদানকৰ্তা | চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক, ভাৰত | |
| বৰ্ণনা | ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা | |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ইংৰাজী: National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ| ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।[1]
সূচী |
[সম্পাদনা কৰক] ২০১২ চনলৈকে বঁটাসমূহ
এই বঁটাসমূহ পূৰ্বৰ বছৰৰ নিৰ্মান কৰা মনোনীত চলচ্চিত্ৰ সমূহক [2] নিম্নোক্ত শ্ৰেণীসমূহৰ বাবে প্ৰদান কৰা হয়:-
[সম্পাদনা কৰক] স্বৰ্ণ কমল পদক
ইংৰাজী নাম (Golden Lotus Award)
[সম্পাদনা কৰক] লগতে চাওক
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নিজ ৱেবছাইট". http://dff.nic.in/nfa.asp. Retrieved ডিচেম্বৰ, ২৫, ২০১১.
- ↑ National Film Awards
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৱেবছাইট
- Bollywood scores big at 57th national awards
- 54th National Film Awards for 2006
- National Film Awards at IMDB
- Directorate of Film Festivals
- National Awards
- 54th awards official brochure
|
||||||||||||||||||||||||||||||||||||||||