পদ্মবিভূষণ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| পদ্মবিভূষণ | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| প্ৰকাৰ | অসামৰিক | |
| শ্ৰেণী | জাতীয় | |
| প্ৰতিষ্ঠা | ১৯৫৪ | |
| প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
| অন্তিমবাৰ প্ৰদান | ২০০৯ | |
| মুঠ প্ৰদানৰ সংখ্যা | ২৫৮ | |
| প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
| পূৰ্বৰ নাম | প্ৰথম বৰ্গ | |
| বঁটাৰ মৰ্যদা | ||
| ভাৰতৰত্ন ← পদ্মবিভূষণ → পদ্মভূষণ | ||
পদ্ম বিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়৷ এই সন্মান পোৱাসকলক এটা ঘুৰণীয়া ট্ৰফি প্ৰদান কৰা হয়৷ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়৷ আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে৷
২০১১ চনৰ শেষলৈকে, কেৱল ২৮৮ জন ব্যক্তিলৈহে এই সন্মান আগবঢ়োৱা হৈছে|[1][2]
[সম্পাদনা কৰক] পদ্ম বিভূষণ বটা বিজয়ীৰ তালিকা
| এই সম্পূৰ্ণ প্ৰবন্ধটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰক। |
Note: * denotes awardees in the category of Foreigners/ NRIs/ PIOs/Posthumous.[2][3]
- Maharashtra State appearing above up to 1960 should be read as erstwhile Bombay State, consisting of present day Maharashtra and Gujarat.
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ "Padma Vibhushan Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmavibhushan_awards_list1.php. Retrieved 2009-06-28.
- ↑ 2.0 2.1 "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307. Retrieved 25 January 2010.
- ↑ "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881. Retrieved 25 January 2012.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| ৱিকিমিডিয়া কমন্সত ‘পদ্মবিভূষণ’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
- "This Year's Padma Awards announced". Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307.
- "Padma Awards". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padma_awards.php.
- "Padma Awards Directory (1954-2007)" (PDF). Ministry of Home Affairs. 2007-05-30. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf.
- "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881. Retrieved 25 January 2012.
|
||||||||||||||||||||||||||||||||||||||||