হিন্দী ভাষা
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| হিন্দী | |
|---|---|
| हिन्दी, हिंदी | |
| কোৱা হয় | ভাৰত |
| অঞ্চল | দক্ষিণ এছিয়া |
| স্থানীয় ভাষিক | মাতৃভাষী ৪৮ কোটি; মুঠ ৮০ কোটি (date missing) |
| ভাষা পৰিয়াল |
ইন্দো ইউৰোপীয়ান
|
| লিখন প্ৰণালী | দেৱনাগৰী লিপি |
| আধিকাৰিক স্থিতি | |
| আধিকাৰিক ভাষা | ভাৰত |
| নিয়মাধীন হয় | কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয় ৱেবছাইটl |
| ভাষা সংকেত | |
| ISO 639-1 | hi |
| ISO 639-2 | hin |
| ISO 639-3 | hin |
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা । ভাৰতৰ ওপৰিও নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত । আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েচিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে ।
|
||||||||
|
|||||||||||||||||||||||||||||||||||